ক’লা টুনি (ইংৰাজী: Tricoloured Munia, বৈজ্ঞানিক নাম- Lonchura malacca) এটা সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক ঘাইকৈ ভাৰত, শ্ৰীলংকা, চীন, টাইৱান আদিত দেখা পোৱা যায়৷

ক’লা টুনি
পশ্চিমবঙ্গ, ভাৰত
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Estrildidae
গণ: Lonchura
প্ৰজাতি: L. malacca
বৈজ্ঞানিক নাম
Lonchura malacca
(Linnaeus, 1766)
ক’লা টুনিৰ বিতৰণ

বিৱৰণ সম্পাদনা কৰক


বিতৰণ সম্পাদনা কৰক


বাসস্থান সম্পাদনা কৰক

ক'লা টুনিয়ে সাধাৰণতে ঘাঁহনি আৰু বনাঞ্চলত বাস কৰে৷ ইয়াক ক্ৰন্তীয় বনাঞ্চল তথা সেমেকা ঘাঁহনি অঞ্চল (wet grassland habitat)ত দেখা পোৱা যায়৷

আচৰণ সম্পাদনা কৰক

খাদ্য সম্পাদনা কৰক

প্ৰজনন সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক