খেওড়া

বাংলাদেশৰ চট্টগ্ৰামৰ এখন গাঁও

খেওড়া বাংলাদেশৰ পূব-মধ্য অঞ্চলৰ এখন গাঁও।[3]বাংলাদেশৰ চিটাগাং বিভাগৰ ব্ৰাহ্মণবাড়িয়া জিলাৰ কছবা উপজিলাৰ মেহাৰী ইউনিয়নৰ অন্তৰ্গত।[4] প্ৰশাসনিকভাৱে, গাঁওখন মেহাৰী ইউনিয়নৰ ৭ আৰু ৮ নং ৱাৰ্ডত বিভক্ত। হিন্দু আধ্যাত্মিক সাধু আনন্দময়ী মাৰ জন্মস্থান হিচাপে গাঁওখন পৰিচিত।[5][6][7]

খেওড়া
বাংলাদেশৰ মানচিত্ৰত অৱস্থান
বাংলাদেশৰ মানচিত্ৰত অৱস্থান
বাংলাদেশৰ মানচিত্ৰত অৱস্থান
ভৌগোলিক স্থানাংক: 23°46′49″N 91°05′39″E / 23.780251411°N 91.094146646°E / 23.780251411; 91.094146646
ৰাষ্ট্ৰ  বাংলাদেশ
বিভাগ চট্টগ্ৰাম (চিটাগাং)
জিলা ব্ৰাহ্মণবাৰিয়া
উপজিলা কছবা (কসবা)
ইউনিয়ন ২ নং মেহাৰী
ৱাৰ্ড ৮ নং
চৰকাৰ
 - প্ৰকাৰ স্থানীয় চৰকাৰ
 - পৰিষদ ইউনিয়ন পৰিষদ
 - ইউনিয়নৰ অধ্যক্ষ মোশাৰৰফ হোছেন মোৰ্শেদ[1]
 - ৱাৰ্ড মেম্বার আব্দুৰ ৰহিম (৭নং)
জুৱেল মিয়া (৮ নং)[2]
জনসংখ্যা
 - মুঠ ৩,৬৯৭ জন
সময় অঞ্চল বাংলাদেশ সময় (গ্ৰী.মা.স.+06:00)
ডাক কোড 3460

জনসংখ্যা সম্পাদনা কৰক

২০১১ চনৰ বাংলাদেশৰ লোকপিয়ল অনুসৰি খেওড়া গাঁৱৰ মুঠ জনসংখ্যা ৩৬৯৭ জন।[8]

ভৌগোলিক অৱস্থান সম্পাদনা কৰক

খেওড়া গাঁৱৰ পশ্চিমে পুৰকুইল গাঁও, দক্ষিণ-পশ্চিমে বাহাৰ আটা, দক্ষিণে বামুটিয়া আৰু বুগীৰ গাঁও, পূবে সোনাৰগাঁও আৰু দেলী গাঁও, উত্তৰ-পূবে পাতাইছাৰ গাঁও অৱস্থিত। ইয়াৰ ভিতৰত পুৰকুইল, বাহাৰ আটা আৰু বামুটীয়া গাঁওসমূহ একেটা ইউনিয়নত অৱস্থিত[9] আনহাতে বুগীৰ, সোনাৰগাঁও, দেলী আৰু পাতাইছাৰ গাঁওসমূহ খাড়েৰা ইউনিয়নৰ অন্তৰ্গত।

বিশিষ্ট ব্যক্তি সম্পাদনা কৰক

শিক্ষানুষ্ঠান সম্পাদনা কৰক

গাঁওখনত এখন হাইস্কুল আৰু দুখন চৰকাৰী প্ৰাথমিক বিদ্যালয় আছে:

  • খেওড়া আনন্দময়ী হাইস্কুল[13]
  • খেওড়া চৰকাৰী প্ৰাথমিক বিদ্যালয়[14]
  • খেওড়া পূব চৰকাৰী প্ৰাথমিক বিদ্যালয়[14]

আকৰ্ষণীয় স্থানসমূহ সম্পাদনা কৰক

  • শ্ৰী শ্ৰী মা আনন্দময়ী আশ্ৰম[15][16]
  • কালিবাৰী মন্দিৰ[17]

লগতে চাওক সম্পাদনা কৰক

‌‌‌‌‍‍‍তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Chakraborty, Ujjal (31 January 2022). "নবীনগর-কসবায় ইউপি চেয়ারম্যান হলেন যারা | বাংলাদেশ" (bn ভাষাত). Somoy News. https://www.somoynews.tv/news/2022-01-31/%E0%A6%A8%E0%A6%AC%E0%A7%80%E0%A6%A8%E0%A6%97%E0%A6%B0-%E0%A6%95%E0%A6%B8%E0%A6%AC%E0%A6%BE%E0%A7%9F-%E0%A6%87%E0%A6%89%E0%A6%AA%E0%A6%BF-%E0%A6%9A%E0%A7%87%E0%A7%9F%E0%A6%BE%E0%A6%B0%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8-%E0%A6%B9%E0%A6%B2%E0%A7%87%E0%A6%A8-%E0%A6%AF%E0%A6%BE%E0%A6%B0%E0%A6%BE। আহৰণ কৰা হৈছে: 2022-10-08. 
  2. "মেহারী ইউনিয়ন: এক নজরে মেহারী ইউপি" (bn ভাষাত). Government of BangladeshBangladesh National Portal. http://mehariup.brahmanbaria.gov.bd/bn/site/page/qznR-%E0%A6%8F%E0%A6%95-%E0%A6%A8%E0%A6%9C%E0%A6%B0%E0%A7%87-%E0%A6%AE%E0%A7%87%E0%A6%B9%E0%A6%BE%E0%A6%B0%E0%A7%80-%E0%A6%87%E0%A6%89%E0%A6%AA%E0%A6%BF। আহৰণ কৰা হৈছে: 2022-10-08. 
  3. প্রতিনিধি, ব্রাহ্মণবাড়িয়া. "বাংলাদেশ-ভারত সম্পর্ক এখন সবচেয়ে ভালো: পঙ্কজ শরণ" (bn ভাষাত). bdnews24. Archived from the original on 2022-10-08. https://web.archive.org/web/20221008181752/https://bangla.bdnews24.com/bangladesh/article869802.bdnews। আহৰণ কৰা হৈছে: 2022-10-08. 
  4. "মেহারী ইউনিয়ন: গ্রামসমূহের তালিকা". জাতীয় তথ্য বাতায়ন. বাংলাদেশ সরকার. http://www.mehariup.brahmanbaria.gov.bd/bn/site/page/FuR2-গ্রামসমূহের-তালিকা। আহৰণ কৰা হৈছে: ৯ অক্টোবর ২০২২. 
  5. "মঙ্গলবার কসবায় আসছেন ভারতীয় হাইকমিশনার" (bn ভাষাত). banglanews24.com. 2014-10-21. https://www.banglanews24.com/public/national/news/bd/333505.details। আহৰণ কৰা হৈছে: 2022-10-08. 
  6. হিন্দুধর্ম ও নৈতিক শিক্ষা (৩য় শ্রেণি). জাতীয় শিক্ষাক্রম ও পাঠ্যপুস্তক বোর্ড. 2022. পৃষ্ঠা. ১৪-১৬. 
  7. Narayan Chander Saha ( Moni). "The Birth Place at Kheora (Bangladash)". Shree Shree Anandamayee Sangha. http://www.shreeshreeanandamayeesangha.org/kheora.html। আহৰণ কৰা হৈছে: 2022-11-18. 
  8. "মেহারী ইউনিয়ন: গ্রাম ভিত্তিক লোকসংখ্যা". জাতীয় তথ্য বাতায়ন. বাংলাদেশ সরকার. Archived from the original on ১ নভেম্বর ২০২০. https://web.archive.org/web/20201101045610/http://mehariup.brahmanbaria.gov.bd/site/page/7fd499e0-2144-11e7-8f57-286ed488c766/%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%AE%20%E0%A6%AD%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%BE। আহৰণ কৰা হৈছে: ৭ আগস্ট ২০২০. 
  9. "মেহারী ইউনিয়ন: গ্রামসমূহের তালিকা". জাতীয় তথ্য বাতায়ন. বাংলাদেশ সরকার. http://www.mehariup.brahmanbaria.gov.bd/bn/site/page/FuR2-গ্রামসমূহের-তালিকা। আহৰণ কৰা হৈছে: ৯ অক্টোবর ২০২২. 
  10. ডেস্ক, প্রথম আলো. "আবদুর রহিম, বীর বিক্রম". চিরন্তন ১৯৭১ | প্রথম আলো. https://1971.prothomalo.com/freedom-fighters-info/gallantry-awardees/আবদুর-রহিম-বীর-বিক্রম। আহৰণ কৰা হৈছে: 2022-10-08. 
  11. Monoranjan Ghosh (2012). "Anandamayi, Ma". In ইছলাম, ছিৰাজুল; মিয়া, শ্বাহজাহান; খানম, মোস্তাফা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 25 March 2024. 
  12. চক্রবর্তী, গঙ্গেশচন্দ্র (১৯৬৭). পরমযোগিনী আনন্দময়ী মা (প্রথম পর্ব). . প্ৰকাশক কলকাতা: এ মুখার্জী অ্যাণ্ড কোম্পানি প্রাইভেট লিমিটেড. 
  13. "ব্রাহ্মণবাড়িয়া জেলা: অন্যান্য শিক্ষা প্রতিষ্ঠান তালিকা (মাধ্যমিক বিদ্যালয়)". জাতীয় তথ্য বাতায়ন. বাংলাদেশ সরকার. http://www.brahmanbaria.gov.bd/bn/site/view/EducationInstitute?page=3&institute_type=3। আহৰণ কৰা হৈছে: ৯ অক্টোবর ২০২২. 
  14. 14.0 14.1 "ব্রাহ্মণবাড়িয়া জেলা: অন্যান্য শিক্ষা প্রতিষ্ঠান তালিকা (প্রাথমিক বিদ্যালয়)". জাতীয় তথ্য বাতায়ন. বাংলাদেশ সরকার. http://www.brahmanbaria.gov.bd/bn/site/view/EducationInstitute?page=13। আহৰণ কৰা হৈছে: ৯ অক্টোবর ২০২২. 
  15. "Sri Ma Anandamayi » Ashram Contact Details" (en-US ভাষাত). www.anandamayi.org. https://www.anandamayi.org/ashram-contact-details/। আহৰণ কৰা হৈছে: 2022-10-10. 
  16. "শ্রী শ্রী মা আনন্দময়ী আশ্রম (মেহারী ইউনিয়ন)". জাতীয় তথ্য বাতায়ন. বাংলাদেশ সরকার. http://www.mehariup.brahmanbaria.gov.bd/bn/site/top_banner/5MmO-শ্রী-শ্রী-মা-আনন্দময়ী-আশ্রম। আহৰণ কৰা হৈছে: ৯ অক্টোবর ২০২২. 
  17. Md Abu Russel Chowdhury (2012). "Kasba Upazila". In ইছলাম, ছিৰাজুল; মিয়া, শ্বাহজাহান; খানম, মোস্তাফা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 25 March 2024.