গীতালি বৰা

অসমীয়া ঔপন্যাসিক আৰু গল্পকাৰ

গীতালি বৰা (ইংৰাজী: Geetali Borah; জন্ম: ১৯৭৭) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ।[1]

গীতালি বৰা
জন্ম ১৯৭৫
কলাবাৰী, বিশ্বনাথ, অসম
পেচা ঔপন্যাসিক, গল্পকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ
সময় ২০০০-বৰ্তমানলৈ
উল্লেখনীয় কৰ্মৰাজি বু্দ্ধজায়া
সম্ভৱতঃ
উল্লেখযোগ্য বঁটা মুনীন বৰকটকী বঁটা (২০০৪)
দাম্পত্যসংগী কুকিল বৰা
পিতৃ-মাতৃ গোলাপ চন্দ্ৰ বৰা (পিতৃ)
মালতী ভূঞা (মাতৃ)

কৰ্ম জীৱন সম্পাদনা কৰক

সাহিত্য সম্পাদনাৰ সৈতে জড়িত গীতালি বৰা বৰ্তমান অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশিত প্ৰকাশ আলোচনীৰ সহযোগী সম্পাদক হিচাপে কৰ্মৰত। [2]

সাহিত্যকৃতি সম্পাদনা কৰক

উপন্যাস সম্পাদনা কৰক

  1. বুদ্ধজায়া[2]
  2. অন্তৰতম
  3. বাসনাহীনা (আগষ্ট ২০২২)
  4. এটি জোনাকীৰ কথকতা(২০২৩)

গল্প সংকলন সম্পাদনা কৰক

  1. সম্ভৱতঃ[2]
  2. অৰ্গল খোলা প্ৰিয়ম্বদা
  3. এপল’ এপল’
  4. নিৰৱধি নৈৰাঞ্জনা
  5. সত্য-সূৰ্য
  6. গ'ডো আৰু গন্তব্যৰ গল্প

সম্পাদিত গ্ৰন্থ সম্পাদনা কৰক

আলোচনীৰ যোগে প্ৰকাশিত উপন্যাসিকা সম্পাদনা কৰক

আলোচনীত প্ৰকাশিত ধাৰাবাহিক সম্পাদনা কৰক

বঁটা/সন্মান সম্পাদনা কৰক

  1. ২০০৮ চনত গল্প সংকলন ‘সম্ভৱতঃ’ ৰ বাবে মুনীন বৰকটকী বঁটা[2]
  2. গল্প সংকলন নিৰৱধি নৈৰাঞ্জনাৰ বাবে হোমেন বৰগোহাঞি সাহিত্য বঁটা৷
  3. উপন্যাস ‘বুদ্ধজায়া’ৰ বাবে অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান৷

তথ্য সংগ্ৰহ সম্পাদনা কৰক