গুজৰাটী ভাষা

এটা ইণ্ডো-আৰ্য ভাষা

গুজৰাটী ভাষা (ইংৰাজী: Gujarati language; গুজৰাটী ভাষাত: ગુજરાતી গুজৰাতী) ইণ্ডো-আৰ্য ভাষা। ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো ভাৰতৰ গুজৰাট ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত।

গুজৰাটী
ગુજરાતી
গুজৰাতী
অঞ্চল ভাৰত, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, তানজানিয়া, কেনিয়া, পাকিস্তান, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, ফিজি, কানাডা
স্থানীয় ভাষিক
৪ কোটি ৬০ লাখ
ভাষা পৰিয়াল
লিখন প্ৰণালী গুজৰাটী লিপি
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
গুজৰাট (ভাৰত)
ভাষা সংকেত
ISO 639-1 gu
ISO 639-2 guj
ISO 639-3 guj

গুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লাখ মানুহে কথা পাতে। মাতৃভাষীৰ সংখ্যাৰ হিচাপত বিশ্বত ইয়াৰ স্থান ২৬তম।

গুজৰাটী বৰ্ণ আৰু সংখ্যা

সম্পাদনা কৰক

અ આ ઇ ઈ ઉ ઊ ઋ
অ আ ই ঈ উ ঊ ঋ
એ ઐ ઍ ઓ ઔ ઑ
এ ঐ এ' ও ঔ অ'
ક ખ ગ ઘ ઙ ચ છ જ ઝ ઞ
ক খ গ ঘ ঙ চ ছ জ ঝ ঞ
ટ ઠ ડ ઢ ણ ત થ દ ધ ન
ট ঠ ড ঢ ণ ত থ দ ধ ন
પ ફ બ ભ મ ય ર લ વ
প ফ ব ভ ম য ৰ ৱ ল ৱ
શ ષ સ હ ળ
শ ষ স হ ল্
કા કિ કી કુ કૂ કૃ
কা কি কী কু কূ কৃ
કે કૈ કૅ કો કૌ કૉ કં કઃ
কে কৈ কে' কো কৌ ক' কং কঃ
૦ ૧ ૨ ૩ ૪ ૫ ૬ ૭ ૮ ૯
০ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯