কেনিয়া
এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াত শেহতীয়াভাৱে ৱিকিপিডিয়াৰ অধীনস্থ অন্য কোনো ভাষা বা অন্য ৱেবছাইটৰ পৰা অসমীয়া ভাষালৈ ভাঙনি কৰি লিখা হৈছে। ভাঙনি কাৰ্য শেষ কৰা পাছতো হয়তো এই প্ৰবন্ধটোত কিছুমান আসোঁৱাহ ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত আপুনি অন্য ভাষাৰ অনুৰূপ প্ৰবন্ধৰ সন্ধান কৰি অথবা প্ৰবন্ধটোৰ অনুবাদ নকৰা অংশ অনুবাদ কৰি ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
কেনিয়া (/ˈkɛnjə/ বা /ˈkiːnjə/), (কে'ন্য়া), বা চৰকাৰীভাৱে কেনিয়া গণৰাজ্য, আফ্ৰিকাৰ এখন দেশ। ইয়াৰ ৰাজধানী আৰু বৃহত্তম নগৰ নাইৰোবি। কেনিয়া বিষুৱ ৰেখাত অৱস্থিত। ইয়াৰ দক্ষিণ-পশ্চিমে আছে ভাৰত মহাসাগৰ, দক্ষিণে টাঞ্জানিয়া, পশ্চিমে উগাণ্ডা, উত্তৰ-পশ্চিমে দক্ষিণ চুডান, উত্তৰে ইথিয়'পিয়া আৰু উত্তৰ-পূবে চোমালিয়া। কেনিয়াৰ মাটিকালি 5,81,309 বৰ্গ কি.মি. (5.81309×1011 বৰ্গ মিটাৰ) আৰু জুলাই, ২০১২ৰ তথ্য অনুসৰি জনসংখ্যা প্ৰায় ৪৪ নিযুত।[1]
কেনিয়া গণৰাজ্য Jamhuri ya Kenya
|
||||||
---|---|---|---|---|---|---|
|
||||||
নীতিবাক্য "Harambee" (language?) "Let us all pull/pool together" |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত Ee Mungu Nguvu Yetu সকলো সৃষ্টিৰ ঈশ্বৰ |
||||||
কেনিয়াৰ অৱস্থান (dark blue) – আফ্ৰিকাৰ মেপত (light blue & dark grey) |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | নাইৰোবি 1°16′S 36°48′E / 1.267°S 36.8°E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | ইংৰাজী আৰু স্বাহিলি | |||||
জনগোষ্ঠীসমূহ (২০১২[1]) | ||||||
জাতীয়তাসূচক বিশেষণ | কেনিয়াৰ জনগাঁথনি | |||||
চৰকাৰ | প্ৰজাতন্ত্ৰ | |||||
- | ৰাষ্ট্ৰপতি | উহুৰু কেন্য়াটা | ||||
- | উপ ৰাষ্ট্ৰপতি | ৱিলিয়াম চেম'ই ৰুট' | ||||
Independence | ||||||
- | from the United Kingdom | 12 December 1963 | ||||
- | Republic declared | 12 December 1964 | ||||
মাটিকালি | ||||||
- | মুঠ | ৫,৮১,৩০৯ বৰ্গ কিমি (৪৯) ২,২৪,০৮০ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ২.৩ (১৩,৩৭০ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | ২০১৪ আনুমানিক | ৪,৫০,১০,০৫৬'"`UNIQ--ref-০০০০০০০১-QINU`"' (৩১তম) | ||||
- | ২০০৯ লোকপিয়ল | ৩,৮৬,১০,০৯৭'"`UNIQ--ref-০০০০০০০২-QINU`"' | ||||
জিডিপি (পিপিপি) | ২০১৪ আনুমানিক | |||||
- | মুঠ | $125.7 billion[4] | ||||
- | জনমুৰি | $2,790[4] | ||||
জিডিপি (নামমাত্ৰ) | 2014 আনুমানিক | |||||
- | মুঠ | $56.3 billion[5] | ||||
- | জনমুৰি | $1,269[5] | ||||
জিনি সহগ? (2014) | 42.5 (48th) | |||||
মানৱ উন্নয়ন সূচক (2013) | 0.535 (147th) | |||||
মুদ্ৰা | Kenyan shilling (KES ) |
|||||
সময় অঞ্চল | EAT (ইউটিচি+3) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | not observed (ইউটিচি+3) | ||||
তাৰিখ বিন্যাস | dd/mm/yy (AD) | |||||
গাড়ী চলোৱা হয় | left | |||||
ইণ্টাৰনেট টিএলডি | .ke | |||||
কলিং ক'ড | ++254 | |||||
[1] According to the CIA, estimates for this country explicitly take into account the effects of mortality because of AIDS; this can result in lower life expectancy, higher infant mortality and death rates, lower population and growth rates, and changes in the distribution of population by age and sex, than would otherwise be expected. |
ভাৰতীয় মহাসাগৰৰ সীমাৰ ফালে কেনিয়াৰ জলবায়ু গৰম আৰু আৰ্দ্ৰ; ৰাজধানীৰ ফালে বন্যপ্ৰাণীৰে ভৰা চাভানা তৃণভূমি অৱস্থিত। নাইৰোবিৰ জলবায়ু শীতল আৰু কেনিয়া পৰ্বতৰ দিশে তাপমাত্ৰা অধিক কম। কেনিয়া পৰ্বতত তিনিটা স্থায়ী বৰফেৰে ভৰা শৃংগ আছে। আৰু ভিতৰলৈ ভিক্ট'ৰিয়া হ্ৰদৰ ওচৰত, পশ্চিমৰ নাতিশীতোষ্ণ বনাঞ্চল আৰু পাহাৰীয়া অঞ্চলত জলবায়ু পুনৰ তুলনামূলকভাৱে গৰম আৰু আৰ্দ্ৰ। চোমালিয়া আৰু ইথিয়'পিয়াৰ সীমাত থকা উত্তৰ-পূব অঞ্চল শুকান আৰু মৰুভূমিৰে ভৰা। ভিক্ট'ৰিয়া হ্ৰদ পৃথিৱীৰ দ্বিতীয় বৃহত্তম বিশুদ্ধ পানীৰ আৰু বৃহত্তম ক্ৰান্তীয় হ্ৰদ। দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত এই হ্ৰদটো উগাণ্ডা আৰু টাঞ্জানিয়াতো পৰে। চাফাৰীৰ বাবে প্ৰখ্যাত কেনিয়াৰ কেইখনমান বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যান হৈছে পূব-পশ্চিম চাভ' ৰাষ্ট্ৰীয় উদ্যান, মাচাই মাৰা, লে'ক নাকুৰু ৰাষ্ট্ৰীয় উদ্যান আৰু এবেৰ্ডেৰিছ ৰাষ্ট্ৰীয় উদ্যান। লামুৰ আৰু আন কেইবাটাও বিশ্ব ঐতিহ্য ক্ষেত্ৰ থকাৰ লগতে কেনিয়াত কিলিফিৰ দৰে কেইখনমান বিশ্ববিখ্যাত বীচ্চো আছে য'ত প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় য়াট্ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
কেনিয়াও অন্তৰ্ভুক্ত হোৱা আফ্ৰিকান গে'ট লে'ক অঞ্চলত নিম্ন প্ৰত্নপ্ৰস্তৰ যুগৰেপৰা মানুহ থকাৰ প্ৰমাণ আছে। The African Great Lakes region, which Kenya is a part of, has been inhabited by humans since the Lower Paleolithic period. By the first millennium AD, the Bantu expansion had reached the area from West-Central Africa. The borders of the modern state consequently comprise the crossroads of the Niger-Congo, Nilo-Saharan and Afro-Asiatic areas of the continent, representing most major ethnolinguistic groups found in Africa. Bantu and Nilotic populations together constitute around 97% of the nation's residents.[6] European and Arab presence in coastal Mombasa dates to the Early Modern period; European exploration of the interior began in the 19th century. The British Empire established the East Africa Protectorate in 1895, which starting in 1920 gave way to the Kenya Colony. The Republic of Kenya obtained independence in December 1963. Following a referendum in August 2010 and adoption of a new constitution, Kenya is now divided into 47 semi-autonomous counties, governed by elected governors.
The capital, Nairobi, is a regional commercial hub. The economy of Kenya is the largest by GDP in Southeast and Central Africa.[7][8] Agriculture is a major employer; the country traditionally exports tea and coffee and has more recently begun to export fresh flowers to Europe. The service industry is also a major economic driver. Kenya is a member of the East African Community. Compared to other African countries, Kenya enjoys relatively high political and social stability.
Referencesসম্পাদনা কৰক
- ↑ 1.0 1.1 1.2 উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;cia
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ [1]. CIA World Factbook-Kenya (10 October 2014). Retrieved on 10 October 2014.
- ↑ Kenya 2009 Population and housing census highlights at the Wayback Machine (archived August 10, 2013). www.knbs.or.ke.
- ↑ 4.0 4.1 "Report for Selected Countries and Subjects (PPP valuation of Kenya GDP)". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2014/02/weodata/weorept.aspx?pr.x=89&pr.y=9&sy=2013&ey=2013&scsm=1&ssd=1&sort=subject&ds=.&br=1&c=512%2C668%2C914%2C672%2C612%2C946%2C614%2C137%2C311%2C962%2C213%2C674%2C911%2C676%2C193%2C548%2C122%2C556%2C912%2C678%2C313%2C181%2C419%2C867%2C513%2C682%2C316%2C684%2C913%2C273%2C124%2C868%2C339%2C921%2C638%2C948%2C514%2C943%2C218%2C686%2C963%2C688%2C616%2C518%2C223%2C728%2C516%2C558%2C918%2C138%2C748%2C196%2C618%2C278%2C624%2C692%2C522%2C694%2C622%2C142%2C156%2C449%2C626%2C564%2C628%2C565%2C228%2C283%2C924%2C853%2C233%2C288%2C632%2C293%2C636%2C566%2C634%2C964%2C238%2C182%2C662%2C453%2C960%2C968%2C423%2C922%2C935%2C714%2C128%2C862%2C611%2C135%2C321%2C716%2C243%2C456%2C248%2C722%2C469%2C942%2C253%2C718%2C642%2C724%2C643%2C576%2C939%2C936%2C644%2C961%2C819%2C813%2C172%2C199%2C132%2C733%2C646%2C184%2C648%2C524%2C915%2C361%2C134%2C362%2C652%2C364%2C174%2C732%2C328%2C366%2C258%2C734%2C656%2C144%2C654%2C146%2C336%2C463%2C263%2C528%2C268%2C923%2C532%2C738%2C944%2C578%2C176%2C537%2C534%2C742%2C536%2C866%2C429%2C369%2C433%2C744%2C178%2C186%2C436%2C925%2C136%2C869%2C343%2C746%2C158%2C926%2C439%2C466%2C916%2C112%2C664%2C111%2C826%2C298%2C542%2C927%2C967%2C846%2C443%2C299%2C917%2C582%2C544%2C474%2C941%2C754%2C446%2C698%2C666&s=PPPGDP&grp=0&a=। আহৰণ কৰা হৈছে: 10 October 2014.
- ↑ 5.0 5.1 "Kenya (GDP Nominal)". Kenya National Bureau of Statistics. http://www.knbs.or.ke/index.php?option=com_phocadownload&view=category&download=604:information-on-the-revised-national-accounts&id=17:gross-domestic-product&Itemid=597। আহৰণ কৰা হৈছে: 4 October 2014.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;Asongumarr
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Ethiopia GDP purchasing power 2010: 86 billion. Imf.org. 14 September 2006.
- ↑ Kenya GDP purchasing power 2010: 66 Billion. Imf.org. 14 September 2006.
External linksসম্পাদনা কৰক
কেনিয়া প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
শব্দৰ অৰ্থ ৱিকিঅভিধানত | |
চিত্ৰ আৰু মিডিয়া কমন্সত | |
মাধ্যম আৰু কাৰ্যক্ৰম ৱিকিবিশ্ববিদ্যালয়ত | |
বা-বাতৰি ৱিকিসংবাদত | |
উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত | |
কিতাপ, লিখনি আদি ৱিকিউৎসত | |
পাঠ্যপুথি ৱিকিগ্ৰন্থত |
- Official website of the President of Kenya
- Official website of the Parliament of Kenya
- Wikimedia Atlas of Kenya
- Kenya entry at The World Factbook
- Kenya profile from Africa.com
- Kenya Corruption Profile from the Business Anti-Corruption Portal
- World Bank Summary Trade Statistics Kenya, 2010
- কেনিয়া বিষয়ে Curlie (DMOZ)-ত থকা তথ্য