গুটিমালী ফুল
(গুটিমালীৰ পৰা পুনঃনিৰ্দেশিত)
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
গুটিমালী (বৈজ্ঞানিক নাম: Jasminum multiflorum) জেছমিন গণৰ অন্তৰ্গত এক প্ৰকাৰৰ সুগন্ধী বগা ফুল। ইয়াক তেলেগুত "ছান্না জাজি মাল্লি" (సన్న జాజి మల్లి), বাংলাত কুন্দ আৰু সংস্কৃতত মেঘ মল্লিকা বোলে।
গুটিমালী | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Lamiales |
পৰিয়াল: | Oleaceae |
গণ: | Jasminum |
প্ৰজাতি: | J. multiflorum |
বৈজ্ঞানিক নাম | |
Jasminum multiflorum (Burm. f.) Andrews |
তথ্য সংগ্ৰহ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত গুটিমালী ফুল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |