গুটিমালী (বৈজ্ঞানিক নাম: Jasminum multiflorum) জেছমিন গণৰ অন্তৰ্গত এক প্ৰকাৰৰ সুগন্ধী বগা ফুল। ইয়াক তেলেগুত "ছান্না জাজি মাল্লি" (సన్న జాజి మల్లి), বাংলাকুন্দ আৰু সংস্কৃতমেঘ মল্লিকা বোলে।

গুটিমালী
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Lamiales
পৰিয়াল: Oleaceae
গণ: Jasminum
প্ৰজাতি: J. multiflorum
বৈজ্ঞানিক নাম
Jasminum multiflorum
(Burm. f.) Andrews

তথ্য সংগ্ৰহ সম্পাদনা কৰক