গ্ৰেগৰী ক'ৰ্ছ' (ইংৰাজী: Gregory Corso) (জন্ম ১৯৩০ চনৰ ২৬ মাৰ্চ; মৃত্যু ২০০১ চনৰ ১৭ জানুৱাৰী) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন কবি। তেওঁ বিট্‌ আন্দোলনৰ লগত জড়িত আছিল।

গ্ৰেগৰী ক'ৰ্ছ'
Gregory Corso
জন্ম ২৬ মাৰ্চ, ১৯৩০
নিউয়ৰ্ক চহৰ, নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ১৭ জানুৱাৰী, ২০০১ (৭০ বছৰ)
মিন্নেচ'টা, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা কবি
সাহিত্যিক বিপ্লৱ বিট্‌ আন্দোলন, উত্তৰ আধুনিকতাবাদ

সাহিত্যকৃতি সম্পাদনা কৰক

  • দি ভেচটাল লেডি এণ্ড আডাৰ পয়েম্‌ছ
  • দি হাং আপ এজ
  • গেছ'লিন
  • ব'ম্ব
  • দ্য হেপী বাৰ্থডে' অৱ ডে'থ্‌
  • মিনিট্‌ছ টু গ'
  • দি আমেৰিকান এক্সপ্ৰেছ
  • লং লিভ মেন
  • দেয়াৰ ইজ য়েট টাইম টু ৰান বেক থ্ৰু লাইফ এণ্ড এক্সপিয়েট অল ডেট্‌ছ বিন চেড্‌লি ডান
  • এলেজিয়াক ফিলিংছ আমেৰিকান
  • দি নাইট লাষ্ট নাইট ৱাজ এট ইট্‌ছ নাইটেষ্ট
  • আৰ্থ এ'গ্‌
  • ৰাইটিংস ফ্ৰম অক্স
  • হেৰাল্ড অফ দি অটোকটনিক স্পিৰিট
  • মাইণ্ড ফিল্ড
  • মাইণ্ড ফিল্ড:নিউ এণ্ড চিলেক্‌টেড পয়েম্‌ছ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  • ব্ৰুছ কুক: দি বিট্‌ জেনেৰেচন ( ১৯৭১ )
  • টেড মৰ্গান: লিটেৰাৰি আউটল
  • ক্যাৰোলিন গ্যাজাৰ: গ্ৰেগৰী ক'ৰ্ছ' ( ১৯৬১ )
  • এন_ চাৰ্টাৰ্ছ: দি প'ৰ্টেবল বিট্‌ ৰিডাৰ ( ১৯৯২ )

লগতে চাওক সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক