২৬ মাৰ্চ
তাৰিখ
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২৪ |
২৬ মাৰ্চ (ইংৰাজী: 26 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮৫তম (অধিবৰ্ষত ৮৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮০টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৯৭৪ - উত্তৰ প্ৰদেশত স্বতঃস্ফূৰ্তভাৱে চিপকো আন্দোলন আৰম্ভ হৈছিল।
জন্ম
সম্পাদনা কৰক- ১৮৭৪ - ৰবাৰ্ট ফ্ৰ'ষ্ট, আমেৰিকাৰ কবি। (মৃত্যু: ২৯ জানুৱাৰী, ১৯৬৩)
- ১৯০৭ - মহাদেৱী বৰ্মা, হিন্দী ভাষাৰ বিখ্যাত মহিলা কবি। (মৃত্যু: ১১ ছেপ্টেম্বৰ, ১৯৮৭)
- ১৯১২ - বিমলা প্ৰসাদ চলিহা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। (মৃত্যু: ২৫ ফেব্ৰুৱাৰী, ১৯৭১)
- ১৯২২ - চৈয়দ আলী আহছান, বাংলাদেশৰ সাহিত্যিক। (মৃত্যু: ২৫ জুন, ২০০২)
- ১৯৩০ - গ্ৰেগৰী ক'ৰ্ছ', আমেৰিকান কবি। (মৃত্যু: ১৭ জানুৱাৰী, ২০০১)
- ১৯৩২ - অনিমা গুহ, অসমীয়া সাহিত্যিক। (মৃত্যু: ২৯ জুলাই, ২০২১)
- ১৯৪১ - ৰিচাৰ্ড ড'কিনছ্, ইংৰাজ প্ৰাণীবিজ্ঞানী।
- ১৯৬৫ - প্ৰকাশ ৰাজ, ভাৰতীয় অভিনেতা।
- ১৯৮৪ - শ্বাহিৰ শ্বেখ, ভাৰতীয় অভিনেতা।
মৃত্যু
সম্পাদনা কৰক- ১৮২৭ - লুটৱিস ফান বিটহ'ফন, জাৰ্মান সুৰকাৰ। (জন্ম: ২২ অক্টোবৰ, ১৮৪৪)
- ১৮৯২ - ৱাল্ট হুইটমেন, আমেৰিকান কবি, প্ৰবন্ধকাৰ আৰু সাংবাদিক। (জন্ম: ৩১ মে', ১৮১৯)
- ১৯২৩ - ছাৰা বাৰ্নহাৰ্ট, ফৰাচী অভিনেত্ৰী। (জন্ম: ২২ অক্টোবৰ, ১৮৪৪)
- ১৯৩৮ - লক্ষ্মীনাথ বেজবৰুৱা, অসমীয়া সাহিত্যিক, তেখেত সাহিত্যৰথী আৰু ৰসৰাজ হিচাপে প্ৰসিদ্ধ। (জন্ম: ১৪ অক্টোবৰ, ১৮৬৪)
- ১৯৮৩ - মিত্ৰদেৱ মহন্ত, অসমীয়া সাহিত্যিক তথা অভিনেতা। (জন্ম: ১৩ জুন, ১৮৯৪)
- ২০১১ - মিতালী চৌধুৰী, অসমীয়া কণ্ঠশিল্পী। (জন্ম: ১০ জানুৱাৰী, ১৯৬০)
- ২০১৮ - কেশদা মহন্ত, অসমীয়া লেখিকা, গৱেষক আৰু সমালোচক। (জন্ম: ১৭ ছেপ্টেম্বৰ, ১৯৩৯)
দিৱস
সম্পাদনা কৰক- স্বাধীনতা আৰু জাতীয় দিৱস (বাংলাদেশ)
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২৬ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |