২৬ মাৰ্চ
তাৰিখ
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৩ |
২৬ মাৰ্চ (ইংৰাজী: 26 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮৫তম (অধিবৰ্ষত ৮৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮০টা দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
জন্মসম্পাদনা কৰক
- ১৯০৭ - মহাদেৱী বৰ্মা, হিন্দী ভাষাৰ বিখ্যাত মহিলা কবি।
মৃত্যুসম্পাদনা কৰক
- ১৯৩৮ - সাহিত্যৰথী তথা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু। তেখেত আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক।
- ১৯৮৩ - মিত্ৰদেৱ মহন্তৰ মৃত্যু। তেখেত অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা আছিল।
- ২০১৮ - কেশদা মহন্তৰ মৃত্যু। তেখেত এগৰাকী অসমীয়া লেখিকা, গৱেষক আৰু সমালোচক আছিল।
ছুটি আৰু অন্যান্যসম্পাদনা কৰক
- ১৯৭১ - বাংলাদেশৰ স্বাধীনতা আৰু জাতীয় দিৱস।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২৬ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |