ঘোঁৰা (ইংৰাজী: Horse; Equus ferus caballus)[2][3] হৈছে এক প্ৰকাৰৰ তৃণভোজী প্ৰাণী। প্ৰায় ৪৫ৰ পৰা ৫৫ নিযুত বছৰ আগতেই ঘোঁৰাৰ বিৱৰ্তন আজিৰ ৰূপ পাইছে বুলি বিজ্ঞানীসকলে কয়। প্ৰায় ৪০০০ খ্ৰীষ্ট পূৰ্ৱতেই মানুহে ঘোঁৰাক পোহনীয়া কৰিছিল। উপ-প্ৰজাতি caballusৰ অন্তৰগত সদস্যবোৰ পোহনীয়া, যদিও কিছুমান পোহনীয়া ঘোঁৰা অৰণ্যত feral horse হিচাপে বাস কৰে। এই ঘোঁৰাবোৰ প্ৰকৃততে বন্য ঘোঁৰা নহয়, কিয়নো বন্য ঘোঁৰাক কেতিয়াও পোহনীয়া কৰিব নোৱাৰি। বৰ্তমানে জীৱিত একমাত্ৰ বন্য ঘোঁৰাৰ উপ-প্ৰজাতিটো হৈছে, বিপন্ন Przewalski's horse

পোহনীয়া ঘোঁৰা
দুটা পোহনীয়া ঘোঁৰা
সংৰক্ষণ স্থিতি
পোহনীয়া
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Perissodactyla
পৰিয়াল: Equidae
গণ: Equus
প্ৰজাতি: E. ferus
উপপ্ৰজাতি: E. f. caballus
ত্ৰিপদ নাম
Equus ferus caballus
Linnaeus, 1758[1]
সমাৰ্থক

at least 48 published[2]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Linnaeus, Carolus (1758). Systema naturae per regna tria naturae :secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis.. 1 (10th সম্পাদনা). Holmiae (Laurentii Salvii). পৃষ্ঠা. 73. http://biodiversitylibrary.org/page/726976। আহৰণ কৰা হৈছে: 2008-09-08. 
  2. 2.0 2.1 সাঁচ:MSW3 Perissodactyla
  3. International Commission on Zoological Nomenclature (2003). "Usage of 17 specific names based on wild species which are pre-dated by or contemporary with those based on domestic animals (Lepidoptera, Osteichthyes, Mammalia): conserved. Opinion 2027 (Case 3010)". Bull. Zool. Nomencl. খণ্ড 60 (1): 81–84. Archived from the original on 2007-08-21. http://www.nhm.ac.uk/hosted_sites/iczn/BZNMar2003opinions.htm। আহৰণ কৰা হৈছে: 2015-09-10.