ছত্তীছগঢ়ৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

২০০০ চনৰ ১ নৱেম্বৰত ভাৰতছত্তীছগঢ় ৰাজ্যৰ গঠনৰে পৰা বৰ্তমানলৈ কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত তথ্য এই তালিকাত দিয়া হৈছে।

মুখ্যমন্ত্ৰীসকল

সম্পাদনা কৰক
ৰাজনৈতিক দলসমূহৰ ৰঙৰ সংকেত
নং. নাম কাৰ্যকাল দল[টোকা 1] বিধানসভা ৰাজ্যপাল
অজিত জোগি
মহাসমুন্দ সমষ্টিৰ বিধায়ক
৯ নৱেম্বৰ ২০০০ (2000-11-09) ৬ ডিচেম্বৰ ২০০৩ (2003-12-06) ১১২২ দিন ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰথম (২০০০-২০০৩) দিনেশ নন্দন সাহায়
ৰমণ সিং
ৰাজনন্দগাঁও সমষ্টিৰ বিধায়ক
৭ ডিচেম্বৰ ২০০৩ (2003-12-07) ৭ ডিচেম্বৰ ২০০৮ (2008-12-07) ৫৪৮৮ দিন ভাৰতীয় জনতা পাৰ্টি দ্বিতীয় (২০০৩-২০০৮) কৃষ্ণ মোহন শেঠ
৮ ডিচেম্বৰ ২০০৮ (2008-12-08) ৮ ডিচেম্বৰ ২০১৩ (2013-12-08) তৃতীয় (২০০৮–২০১৩) ই এচ এল নৰসিংহ
৯ ডিচেম্বৰ ২০১৩ (2013-12-09) ১৬ ডিচেম্বৰ ২০১৮ (2018-12-16) চতুৰ্থ (২০১৩-২০১৮) শেখৰ দত্ত
ভূপেশ বাঘেল[1]
পাটন সমষ্টিৰ বিধায়ক
১৭ ডিচেম্বৰ ২০১৮ (2018-12-17) বৰ্তমান ২১৭৮ দিন ভাৰতীয় জাতীয় কংগ্ৰেছ পঞ্চম (২০১৮–২০২৩) আনন্দীবেন পেটেল
  1. This column only names the chief minister's party. The state government he heads may be a complex coalition of several parties and independents; these are not listed here.

তথ্য সংগ্ৰহ

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক