চন্দ্ৰশেখৰ কম্বাৰ

(চন্দ্ৰশেখৰা কম্বাৰাৰ পৰা পুনঃনিৰ্দেশিত)

চন্দ্ৰশেখৰ কম্বাৰ (কন্নড়: ಚಂದ್ರಶೇಖರ ಕಂಬಾರ; জন্ম: ২ জানুৱাৰী, ১৯৩৭) এজন প্ৰসিদ্ধ ভাৰতীয় কবি, নাট্যকাৰ, লোকসাহিত্যকাৰ, কানাড়া ভাষাৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু হাম্পিৰ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য। তেওঁ ৱিনায়ক কৃষ্ণ গোকাক (১৯৮৩) আৰু ইউ আৰ অনন্তমূৰ্তিৰ পাছতে সাহিত্য অকাডেমিৰো সভাপতি।[1]

চন্দ্ৰশেখৰ কম্বাৰ

২০১৩ চনত, বেংগালুৰুৰ এটি অনুষ্ঠানত কম্বাৰ
জন্ম ২ জানুৱাৰী, ১৯৩৭ (৮৭ বছৰ)
ঘৰাগেড়ী, বেলাগভি, ব'ম্বে প্ৰেছিডেন্সী, ব্ৰিটিছ ভাৰত
পেচা
কবি
  • নাট্যকাৰ
  • অধ্যাপক
মাতৃশিক্ষায়তন পি এইচ ডি, কৰ্ণাটক বিশ্ববিদ্যালয়
সময় ১৯৫৬ৰ পৰা বৰ্তমানলৈ
ধৰণ কল্প-সাহিত্য
উল্লেখযোগ্য বঁটা পদ্মভূষণ
জ্ঞানপীঠ বঁটা
সাহিত্য অকাডেমি বঁটা
পদ্মশ্ৰী
পম্পা এৱাৰ্ড
দাম্পত্যসংগী সত্যভামা
সন্তান ৰাজশেখৰ কম্বাৰ, জয়শ্ৰী কম্বাৰ, গীতা সতীশ, চত্ৰমা কম্বাৰ

বহুকেইটি খ্যাত-প্ৰখ্যাত বঁটাৰে তেওঁৰ অৱদানক স্বীকৃতি জনোৱা হৈছে। ২০২১ চনত তেওঁক পদ্মভূষণ[2][3], ২০১১ চনত জ্ঞানপীঠ বঁটা[4], ১৯৯১ চনত সাহিত্য অকাডেমি বঁটা, ২০০১ চনত পদ্মশ্ৰী[5], কবীৰ সম্মান, কালিদাস সম্মান আৰু ২০০৪ চনত পম্পা বঁটা প্ৰদান কৰা হয়। ১৯৮৩ চনত তেওঁলৈ সংগীত নাটক একাডেমী বঁটা[6] আৰু ২০২১ চনত সংগীত নাটক ফেল'শ্বিপ আগবঢ়োৱা হৈছিল। অৱসৰৰ পাছত কম্বাৰাক কানাড়া বিধান সভাৰ সদস্য ৰূপে মনোনীত কৰা হয়, য'ত তেওঁ নিজা হস্তক্ষেপেৰে উল্লেখযোগ্য অৱদান আগবঢ়ায়। [7]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Giri Seeme: The Tribal Village". Department of Tribal Studies, Kannada University. Kannada University, Hampi. Archived from the original on 2007-09-29. https://web.archive.org/web/20070929011807/http://www.kannadauniversity.org/TribalStudies.htm। আহৰণ কৰা হৈছে: 2007-07-11. 
  2. "Padma Awards 2021 announced". Ministry of Home Affairs. https://pib.gov.in/PressReleasePage.aspx?PRID=1692337। আহৰণ কৰা হৈছে: 26 January 2021. 
  3. "Shinzo Abe, Tarun Gogoi, Ram Vilas Paswan among Padma Award winners: Complete list". The Times of India. 25 January 2021. https://timesofindia.indiatimes.com/india/shinzo-abe-tarun-gogoi-ram-vilas-paswan-among-padma-award-winners-complete-list/articleshow/80453596.cms। আহৰণ কৰা হৈছে: 25 January 2021. 
  4. "Jnanpith for Kambar". The Hindu (Chennai, India). 20 September 2011. http://www.thehindu.com/arts/books/article2468374.ece. 
  5. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015. 
  6. Special Correspondent (20 September 2011). "Jnanpith for Kambar". The Hindu. http://www.thehindu.com/arts/books/article2468374.ece. 
  7. "The living bard". Deccan Herald. http://www.deccanherald.com/content/195008/living-bard.html.