চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়
টিয়কত অৱস্থিত মহাবিদ্যালয়
চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰত ১৯৫৯ চনত স্থাপন কৰা হৈছিল। এই মহাবিদ্যালয় খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]
চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়, টীয়ক | |
---|---|
স্থাপিত | ১৯৫৯ |
অধ্যক্ষ | ড° বিজয় কৃষ্ণ পাচনী |
স্থান | টীয়ক, অসম, ভাৰত |
উপনাম | চি কে বি কলেজ, টীয়ক |
ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
ৱেবছাইট | http://www.ckbcollegeteok.com/ |
পাঠ্যক্ৰম সমূহ
সম্পাদনা কৰক- উচ্চতৰ মাধ্যমিক (কলা আৰু বাণিজ্য)[2]
- স্নাতক (কলা আৰু বাণিজ্য)
বিভাগ
সম্পাদনা কৰককলা আৰু বাণিজ্য
সম্পাদনা কৰক- অসমীয়া
- ইংৰাজী
- বুৰঞ্জী
- শিক্ষা
- অৰ্থনীতি
- ৰাজনীতি বিজ্ঞান
- সমাজশাস্ত্ৰ
- বাণিজ্য
আন্তঃগাঁঠনি
সম্পাদনা কৰকমহাবিদ্যালয় খনৰ আন্তঃগাঁঠনি সমূহ হৈছে:
- কেন্দ্ৰীয় পুথিভঁৰাল,
- ছাত্ৰী জিৰণি কোঠা,
- ছাত্ৰ জিৰণি কোঠা,
- ছাত্ৰীনিবাস,
- ছাত্ৰাবাস,
- খেলপথাৰ,
- কম্পিউটাৰ চেণ্টাৰ,
- প্ৰেক্ষাগৃহ,
- শিক্ষক জিৰণি কোঠা,
- বিভাগীয় কোঠা,
- ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক তথা কৰ্মচাৰীৰ বাবে পৃঠক চাইকেল আস্থান আৰু যান-বাহন পাৰ্কিং ব্যৱস্থা,
- প্ৰশাসনীয় ভৱন,
- কেন্দ্ৰীয়ভাৱে শীত-তাপ নিয়ন্ত্ৰিত অভিৱৰ্তন কোঠা,
- ডিজিটেল শ্ৰেণীকোঠা,
- ইণ্ডোৰ ষ্টেডিয়াম,
- কেণ্টিন ব্যৱস্থা ।
তথ্য সংযোগ
সম্পাদনা কৰক- ↑ "Affiliated College of Dibrugarh University". Archived from the original on 2020-05-11. https://web.archive.org/web/20200511203812/https://dibru.ac.in/academics/colleges। আহৰণ কৰা হৈছে: 2020-07-07.
- ↑ http://www.ckbcollegeteok.com/