টীয়ক
টীয়ক অসমৰ যোৰহাট জিলাত অৱস্থিত এখন ঠাই। ই যোৰহাট নগৰৰ পৰা প্ৰায় ২৫ কি:মি: দূৰত অৱস্থিত।
টীয়ক | |
---|---|
— নগৰ — | |
ভৌগোলিক স্থানাংক: 26°50′27″N 94°25′30″E / 26.84083°N 94.425°Eস্থানাংক: 26°50′27″N 94°25′30″E / 26.84083°N 94.425°E | |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | যোৰহাট জিলা |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
Telephone code | 0376 |
ভৌগোলিক বিৱৰণ সম্পাদনা কৰক
ভৌগোলিকভাৱে টীয়ক 26°30′N 94°15′E / 26.50°N 94.25°E ত অৱস্থিত।[1][2]
যাতায়ত সম্পাদনা কৰক
ৰাষ্ট্ৰীয় ঘাইপথ ৩৭এ যোৰহাটক অসমৰ আন ঠাইসমূহৰ লগত সংযোগ কৰিছে। যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰটো হৈছে টীয়কৰ নিকটবৰ্ত্তী বিমানবন্দৰ।
শিক্ষা সম্পাদনা কৰক
টীয়কৰ প্ৰধান শিক্ষানুষ্ঠান সমূহ হৈছে-
বিদ্যালয় সম্পাদনা কৰক
- চন্দ্ৰকমল বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়, বলমা
- বনাই উচ্চ মাধ্যমিক বিদ্যালয়
- জ্যোতি বিদ্যাপীঠ, টীয়ক
- টীয়ক জাতীয় বিদ্যালয়
- টীয়ক উচ্চ মাধ্যমিক বিদ্যালয়
- হলি ফ্লাৱাৰ হাই স্কুল
- টীয়ক উচ্চ মাধ্যমিক বালিকা বিদ্যালয়
- টীয়ক ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
- বেন গাৰ্ডেন হাই স্কুল
- টীয়ক ৰজাবাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়
মহাবিদ্যালয় সম্পাদনা কৰক
- চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়, টীয়ক[3]
- টীয়ক কনিষ্ঠ মহাবিদ্যালয়
- জ্ঞানপীঠ একাডেমী
- ৰেণু বড়া মেম'ৰিয়েল একাডেমী
ৰাজনীতি সম্পাদনা কৰক
টীয়ক ১০২ নং টীয়ক বিধান সভা সমষ্টি আৰু যোৰহাট (লোকসভা সমষ্টি) ৰ অন্তৰ্গত।