চায়না ৩ (ইংৰাজী: China 3) হৈছে বাংলাদেশ, আৰু চীন অঞ্চলত উৎপাদিত হোৱা এক প্ৰকাৰৰ লিচু জাত।[1] ইয়াৰ বৈজ্ঞানিক নাম হৈছে Litchi chinensis। ই Sapindaceae পৰিয়ালৰ অন্তৰ্গত Litchi গণৰ এটা প্ৰজাতি[2] চায়না ৩ লিচুৰ কিছুমান বিশেষ বৈশিষ্ট আছে, বিশেষকৈ ইয়াৰ আকাৰ আৰু ইয়াত থকা কাৰ্বহাইড্ৰেটৰ মাত্ৰাই ইয়াক অন্য লিচুতকৈ পৃথক কৰি তুলিছে। ৰসাল ১.৫-২.০ ইঞ্চি ব্যাস বিশিষ্ট ফল। গা গছ প্ৰায় ১৫-১৮ ফুট উচ্চতা বিশিষ্ট হয়।[3]

চায়না ৩ লিচু

লিচুৰ বিভিন্ন প্ৰকাৰবোৰৰ ভিতৰত চায়না ৩ সৰ্বোৎকৃষ্ট প্ৰকাৰ।[4] দক্ষিণ এছিয়াৰ প্ৰায় প্ৰতিখন অঞ্চলত লিচু হয়, যদিও বাংলাদেশ, আৰু চীনে এ জাতেৰ লিচু সৰ্বাধিক উৎপাদন কৰা হয়। কোনোধৰণৰ কৃত্ৰিম ৰসায়ন প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে উৎপাদিত এই লিচু বিদেশলৈও ৰপ্তানি কৰা হয়।[5]



তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "চায়না ৩" (বঙালী ভাষাত). jeeon.com.bd. Archived from the original on 2017-09-11. https://web.archive.org/web/20170911025743/http://www.jeeon.com.bd/index.php?option=com_content&task=view&id=490&Itemid=302&limit=1&limitstart=1। আহৰণ কৰা হৈছে: Otober 7, 2016. 
  2. "উন্নত জাতেৰ লিচু চাষ" (বঙালী ভাষাত). infokosh.gov.bd. Archived from the original on May 29, 2016. https://web.archive.org/web/20160529215859/http://www.infokosh.gov.bd/atricle/%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%A4-%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A7%87%E0%A6%B0-%E0%A6%B2%E0%A6%BF%E0%A6%9A%E0%A7%81-%E0%A6%9A%E0%A6%BE%E0%A6%B7। আহৰণ কৰা হৈছে: November 17, 2013. 
  3. "চায়না-৩ লিচুৰ বৈশিষ্ট্য" (বঙালী ভাষাত). দিনাজপুৰdinajpur.gov.bd. http://www.dinajpur.gov.bd/node/820944/%E0%A6%9A%E0%A6%BE%E0%A7%9F%E0%A6%A8%E0%A6%BE-%E0%A7%A9-%E0%A6%B2%E0%A6%BF%E0%A6%9A%E0%A7%81%E0%A6%B0-%E0%A6%AC%E0%A7%88%E0%A6%B6%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A6%AF. 
  4. "লিচুৰ ফলন বৃদ্ধিৰ আধুনিক পদ্ধতি" (ইংৰেজি ভাষাত). mna.com.bd. http://www.mna.com.bd/press/%E0%A6%B2%E0%A6%BF%E0%A6%9A%E0%A7%81%E0%A6%B0-%E0%A6%AB%E0%A6%B2%E0%A6%A8-%E0%A6%AC%E0%A7%83%E0%A6%A6%E0%A7%8D%E0%A6%A7%E0%A6%BF%E0%A6%B0-%E0%A6%86%E0%A6%A7%E0%A7%81%E0%A6%A8%E0%A6%BF%E0%A6%95/। আহৰণ কৰা হৈছে: February 28, 2016. 
  5. Siddiqui, S. B. M. Abu Baker (29 August 2002). "Lychee Production in Bangladesh". Food and Agriculture Organization. প্ৰকাশক Dhaka, Bangladesh: Regional office for Asia and the pacific, Bangkok, Thailand.. http://www.fao.org/docrep/005/ac684e/ac684e06.htm। আহৰণ কৰা হৈছে: May 13, 2013. 

বাহ্যিক সংযোগ সম্পাদনা কৰক