চিত্ৰ বাৰ্তা:Jatindra Kumar Borgohain.jpg

অনুজ্ঞাপত্ৰখন "This work has been released into the public domain by its author" বুলি দিলা যে, কোনে তুলিছেনো এইখন? — গীতাৰ্থ বৰদলৈ (talk) 08:38, 3 জানুৱাৰী 2014 (UTC)

আমাৰ অসমৰ পৰা লোৱা আছিল। এই লাইচেঞ্চ বস্তুটোৱে মোক সদায়ে খেলি মেলি লগায়। তুমি পাৰিলে ঠিক ঠাক কৰি দিবাচোন। প্ৰণৱ জ্যোতি ভূঞা (talk) 08:54, 3 জানুৱাৰী 2014 (UTC)
"Jatindra Kumar Borgohain.jpg" ফাইললৈ উভতি যাওক।