ছত্তীছগঢ়ৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
২০০০ চনৰ ১ নৱেম্বৰত ভাৰতৰ ছত্তীছগঢ় ৰাজ্যৰ গঠনৰে পৰা বৰ্তমানলৈ কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত তথ্য এই তালিকাত দিয়া হৈছে।
মুখ্যমন্ত্ৰীসকল
সম্পাদনা কৰকৰাজনৈতিক দলসমূহৰ ৰঙৰ সংকেত |
---|
নং. | নাম | কাৰ্যকাল | দল[টোকা 1] | বিধানসভা | ৰাজ্যপাল | |||
---|---|---|---|---|---|---|---|---|
১ | অজিত জোগি মহাসমুন্দ সমষ্টিৰ বিধায়ক |
৯ নৱেম্বৰ ২০০০ | ৬ ডিচেম্বৰ ২০০৩ | ১১২২ দিন | ভাৰতীয় জাতীয় কংগ্ৰেছ | প্ৰথম (২০০০-২০০৩) | দিনেশ নন্দন সাহায় | |
২ | ৰমণ সিং ৰাজনন্দগাঁও সমষ্টিৰ বিধায়ক |
৭ ডিচেম্বৰ ২০০৩ | ৭ ডিচেম্বৰ ২০০৮ | ৫৪৮৮ দিন | ভাৰতীয় জনতা পাৰ্টি | দ্বিতীয় (২০০৩-২০০৮) | কৃষ্ণ মোহন শেঠ | |
৮ ডিচেম্বৰ ২০০৮ | ৮ ডিচেম্বৰ ২০১৩ | তৃতীয় (২০০৮–২০১৩) | ই এচ এল নৰসিংহ | |||||
৯ ডিচেম্বৰ ২০১৩ | ১৬ ডিচেম্বৰ ২০১৮ | চতুৰ্থ (২০১৩-২০১৮) | শেখৰ দত্ত | |||||
৩ | ভূপেশ বাঘেল[1] পাটন সমষ্টিৰ বিধায়ক |
১৭ ডিচেম্বৰ ২০১৮ | বৰ্তমান | ২১৭৮ দিন | ভাৰতীয় জাতীয় কংগ্ৰেছ | পঞ্চম (২০১৮–২০২৩) | আনন্দীবেন পেটেল |
টোকা
সম্পাদনা কৰক- ↑ This column only names the chief minister's party. The state government he heads may be a complex coalition of several parties and independents; these are not listed here.
তথ্য সংগ্ৰহ
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰক- ৱিকিমিডিয়া কমন্সত ছত্তীছগঢ়ৰ মুখ্যমন্ত্ৰীসকলৰ সম্পৰ্কীয় মিডিয়া ফাইল।
- Indian states since 1947