জয়মতী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
জয়মতী কুঁৱৰী (১৭শ শতিকা) আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী।
জয়মতীয়ে তলৰ প্ৰবন্ধসমূহো বুজাব পাৰে:
চলচ্চিত্ৰসম্পাদনা কৰক
- জয়মতী (১৯৩৫ চলচ্চিত্ৰ), জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া কথাছবি।
- জয়মতী (২০০৬ চলচ্চিত্ৰ), মঞ্জু বৰাৰ দ্বাৰা পৰিচালিত কথাছবি।
নাটকসম্পাদনা কৰক
- জয়মতী কুঁৱৰী (নাটক), লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা নাটক।
- জয়মতী (নাটক), পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা নাটক।
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |