জিৎ গাংগুলী

ভাৰতীয় সুৰকাৰ, সংগীত পৰিচালক আৰু নেপথ্য কণ্ঠশিল্পী

জিৎ গাংগুলী (জন্ম: চন্দ্ৰজিৎ গাংগুলী ফেব্ৰুৱাৰী ১০, ১৯৭৭) এজন ভাৰতীয় কথাছবি সংগীত পৰিচালক, গায়ক আৰু সুৰকাৰ হিচাপে বলিউডত কাম কৰি আছে ।

জিৎ গাংগুলী

Jeet Gannguli (left) at Aashiqui 2 music concert
জন্ম চন্দ্ৰজিৎ গাংগুলী
১০ ফেব্ৰুৱাৰী, ১৯৭৭ (৪৭ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা সংগীত পৰিচালক, গায়ক
সক্ৰিয় হৈ থকা সময় ২০০১ৰ পৰা বৰ্তমানলৈ
দাম্পত্যসঙ্গী চন্দ্ৰাণী গাংগুলী

বাহ্যিক সংযোগ সম্পাদনা কৰক