ছাৰ জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট (Sir James Fraser Stoddart) (জন্ম: ২৪ মে, ১৯৪২[5]) এজন স্কটিছ ৰসায়ন বিজ্ঞানী। তেঁও বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ ষ্টদদাৰ্ট মেকান'ষ্টেৰীঅকেমিষ্ট্ৰী গোটৰ মুৰব্বী অধ্যাপক।[8] তেওঁ অতিআণৱিক ৰসায়ন আৰু নেন'প্ৰযুক্তি ক্ষেত্ৰত বহুতো অৱদান আগবঢ়াইছে। তেওঁ আণৱিক ব'ৰ'মীন ৰিং, কেটেনেন আৰু আণৱিক চিনাক্তকৰণত ৰোটেক্সেনৰ ব্যৱহাৰ আৰু ইয়াৰ আণৱিক চেল্ফএচেম্বলি আদিৰ দৰে অতি উপযোগী যান্ত্ৰীকভাৱে সংযুক্ত আণৱিক সংৰচনাৰ উন্নতি সাধন কৰিছে। তেওঁ দেখুৱাইছিল যে ট'প'লজি সমূহ আণৱিক চুইচ আৰু মটৰ অণু হিচাপে ব্যৱহাৰ কৰিব পাৰি।[9] তেওঁৰ গোটে এই সংৰচনা সমূহ ব্যৱহাৰ কৰি নেন'ইলেক্ট্ৰনিক্স সঁজুলি আৰু নেন'ইলেক্ট্ৰমেকানিকেল তন্ত্ৰত ব্যৱহাৰ কৰিছিল।[10] তেওঁৰ অৱদানৰ বাবে বহুতো আন্তৰ্জাতিক বঁটা আৰু সন্মান লাভ কৰিছে।[11][12] তেওঁ বেৰনাৰ্ড লুকাছ ফেৰীনগা আৰু জিন-পিয়েৰী চাওভেজৰ লগত যুটীয়া ভাবে "আণৱিক যন্ত্ৰৰ আৰ্হি প্ৰস্তুতকৰণ আৰু সংশ্লেষণ"ৰ কাৰণে ২০১৬ বৰ্ষৰ ৰসায়ন বিজ্ঞাননোবেল বঁটা লাভ কৰে।[4][13]

ছাৰ জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট
Sir James Fraser Stoddart

জন্ম ২৪ মে', ১৯৪২ (৮১ বছৰ)
এডিনবাৰ্গ, স্কটলেণ্ড, যুক্তৰাজ্য
বাসস্থান যুক্তৰাজ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ
জাতীয়তা ব্ৰিটিছ
ক্ষেত্ৰ অতিআণৱিক ৰসায়ন
কৰ্মস্থান কুইনছ বিশ্ববিদ্যালয় (১৯৬৭-৭০)
শ্বেফফিল্ড বিশ্ববিদ্যালয় (১৯৭০-৯০)
বীৰমিংহাম বিশ্ববিদ্যালয় (১৯৯০-৯৭)
কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, লছ এঞ্জেলেছ (১৯৯৭-২০০৮)
নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়(২০০৮-বৰ্তমানলৈকে)
শিক্ষানুষ্ঠান এডিনবাৰ্গ বিশ্ববিদ্যালয় (BSc, ১৯৬৪; PhD, ১৯৬৬; DSc, ১৯৮০)
ডক্তৰেল পৰামৰ্শদাতা
  • এডমাণ্ড লেংলি হৃষ্ট[1]
  • ডি এম ডব্লিউ এণ্ডাৰচন[1]
ডক্তৰেল বিদ্যাৰ্থী ডেভিদ লেই[2]
জনা যায় যান্ত্ৰীকভাৱে সংযুক্ত আণৱিক সংগঠন
উল্লেখনীয় বঁটা
  • ৰয়েল ছোচাইটিৰ ফেলো(১৯৯০)[3]
  • এডিনবাৰ্গ ৰয়েল ছোচাইটিৰ ফেলো (২০০৮)
  • নাইট বেচেলৰ (২০০৭)
  • এলবাৰ্ট আইনষ্টাইন বিজ্ঞান বঁটা (২০০৭)
  • ডাভি মেডেল (২০০৮)
  • ৰসায়ন বিজ্ঞাননোবেল বঁটা(২০১৬)[4]
দাম্পত্যসঙ্গী নৰ্মা এগ্নেছ স্কলান (বি. ১৯৬৮; her death ২০০৪)[5][6][7]
সতি-সন্ততি দুজন[5]
চাইক্ল'বিছৰ সৈতে ৰটেক্সেনৰ স্ফটিক গঠন
চাইক্ল'বিছৰ সৈতে কেটেনেনৰ স্ফটিক গঠন
আণৱিক ব'ৰ'মীন ৰিঙৰ স্ফটিক গঠন

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯৪২ চনৰ ২৪ মে তাৰিখে স্কটলেণ্ডৰ এডিনবাৰ্গত ফ্ৰাছাৰৰ জন্ম হৈছিল। তেওঁ এডজল'ৰ ফাৰ্মত ডাঙৰ-দীঘল হয়। তেওঁ স্থানীয় গাওঁ কেৰিংটন, মিডলথিয়ানত প্ৰাথমিক শিক্ষা লাভ কৰে। তাৰ পিছত তেওঁ এডিনবাৰ্গৰ মেলভিল্লে কলেজত যোগদান কৰে।[14][15]তেওঁ এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৪ চনত বিজ্ঞানৰ স্নাতক আৰু ১৯৬৭ চনত একাচিয়া গছৰ পৰা পোৱা প্ৰাকৃতিক আঠাৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ফিগ্ৰী লাভ কৰে।[16][17][1]

কৰ্মজীৱন সম্পাদনা কৰক

বঁটা আৰু সন্মান সম্পাদনা কৰক

২০০৬ চনত যুক্তৰাজ্যৰ ৰাণী এলিজাবেথ দ্বিতীয়য়ে তেওঁক নাইট বেচেলৰ হিচাপে নিযুক্ত কৰে।[18][19] ২০০৭ চনত তেওঁ এলবাৰ্ট আইনষ্টাইন বিজ্ঞান বঁটা লাভ কৰে। আণৱিক চিনাক্তকৰণ আৰু চেল্ফএচেম্বলি ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।[20]

সদস্যপদ সম্পাদনা কৰক

  • আমেৰিকাৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ২০১৪[21]
  • আমেৰিকান কলা আৰু বিজ্ঞান একাডেমীৰ ফেল'শ্বিপ ২০১২[22]
  • যুক্তৰাজ্যৰ ৰয়েল ছোচাইটি অফ কেমিষ্ট্ৰীৰ সন্মানীয় ফেল'শ্বিপ,২০১১[23]
  • ৰয়েল ছোচাইটি অফ এডিনবাৰ্গৰ সন্মানীয় ফেল'শ্বিপ, ২০০৮[24]
  • ৰাণী এলিজাবেথ দ্বিতীয়ৰ দ্বাৰা নাইট বেচেলৰ নিযুক্তি, ২০০৬[19]
  • ৰয়েল নেদাৰলেণ্ডছ একাডেমী অফ আৰ্টছ এণ্ড চাইন্সৰ বৈদেশিক সদস্য, ২০০৬[25]
  • আমেৰিকান এছোচিয়েছন ফৰ দি এডভান্সমেণ্ট অফ চাইন্সৰ ফেল'শ্বিপ, ২০০৫[26]
  • একাডেমী অফ নেচাৰেল চাইন্স,লীঅপলদিনা, জাৰ্মানীৰ ফেল'শ্বিপ, ১৯৯৯ [27]
  • লণ্ডনৰ ৰয়েল ছোচাইটিয়ে ফেল', ১৯৯৪[3]

বঁটা সম্পাদনা কৰক

  • ৰসায়ন বিজ্ঞাননোবেল বঁটা, ২০১৬
  • চেন্টানেৰী প্ৰাইজ, ৰয়েল ছোচাইটি অফ কেমিস্ত্ৰী, ২০১৪ [28]
  • দৃষ্টিনগুইছ চিটিজেন বঁটা, ইলিনইছ চেইণ্ট এন্দ্ৰীউ ছোচাইটি, চিকাগো,২০১২
  • ডিউক অফ এডিনবাৰ্গে প্ৰদান কৰা ৰয়েল মেডেল, ২০১০[29][30]
  • ডেভি মেডেল, ৰয়েল ছোচাইটি অফ লণ্ডন, ২০০৮[31]
  • আৰ্থাৰ চি. কোপ বঁটা, আমেৰিকান কেমিকেল ছোচাইটি,২০০৮[32]
  • নেন'প্ৰযুক্তিৰ ফেইনমেন প্ৰাইজ,২০০৭[33]
  • এলবাৰ্ট আইনষ্টাইন বিজ্ঞান বঁটা, ২০০৭[20]
  • জৈৱৰসায়নত সৃজনিশীলতাৰ বাবে টেত্ৰাহেদ্ৰন বঁটা, ২০০৭[34]
  • বিজ্ঞানৰ ৰজা ফাইজল আন্তৰ্জাতিক বঁটা, ২০০৭[11][12]
  • যাবিৰ ইবন হ্যয়ান মেডেল, চৌডি কেমিকেল ছোচাইটি, ২০০৭
  • এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ বৰ্ষৰ এলুমিনাছ বঁটা, ২০০৫[17]
  • জৈৱৰসায়নত নাগয়া গোল্ড মেডেল, ২০০৪[35]
  • আৰ্থাৰ চি. কোপ স্কলাৰ বঁটা, আমেৰিকান কেমিকেল ছোচাইটি, ১৯৯৯[36]
  • একচক্ৰিয় ৰসায়নত আন্তৰ্জাতিক ইজাত-খ্ৰীষ্টাৰছেন বঁটা, ১৯৯৩[37]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "James Fraser Stoddart: Curriculum Vitae, Full Version". stoddart.northwestern.edu. Archived from the original on 2016-10-05. https://web.archive.org/web/20161005211334/http://stoddart.northwestern.edu/Fraser_Stoddart/Stoddart%20CV%20full.pdf। আহৰণ কৰা হৈছে: 2016-10-07. 
  2. "2009 winner of the RSC Merck Award". Royal Society of Chemistry. http://www.rsc.org/ScienceAndTechnology/Awards/MerckAward/2009winner.asp। আহৰণ কৰা হৈছে: 6 October 2016. 
  3. 3.0 3.1 Anon (1994). "Sir James Stoddart FRS". প্ৰকাশক London: Royal Societyroyalsociety.org. Archived from the original on 2016-08-15. https://web.archive.org/web/20160815114707/https://royalsociety.org/people/james-stoddart-12357/.  One or more of the preceding sentences incorporates text from the royalsociety.org website where:
    “All text published under the heading 'Biography' on Fellow profile pages is available under Creative Commons Attribution 4.0 International License.” --Royal Society Terms, conditions and policies at the Wayback Machine (archived September 25, 2015)
  4. 4.0 4.1 Staff (5 October 2016). "The Nobel Prize in Chemistry 2016". Nobel Foundation. http://www.nobelprize.org/nobel_prizes/chemistry/laureates/2016/press.html। আহৰণ কৰা হৈছে: 5 October 2016. 
  5. 5.0 5.1 5.2 STODDART, Sir (James) Fraser. Who's Who. 1997 (online Oxford University Press সম্পাদনা). A & C Black, an imprint of Bloomsbury Publishing plc. http://www.ukwhoswho.com/view/article/oupww/whoswho/U36360.    (গ্ৰাহকভুক্তি প্ৰয়োজনীয়)
  6. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Award নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  7. "Norma Stoddart (Obituary)". The Scotsman. 16 February 2004. http://www.scotsman.com/news/obituaries/norma-stoddart-1-513988। আহৰণ কৰা হৈছে: 27 May 2016. 
  8. "Nanotechnology Star Fraser Stoddart to Join Northwestern". NewsCenter. Northwestern University. 2007-08-16. Archived from the original on 2019-07-04. https://web.archive.org/web/20190704142443/https://www.northwestern.edu/newscenter/stories/2007/08/stoddart.html। আহৰণ কৰা হৈছে: 2016-10-07. 
  9. A. Coskun, M. Banaszak, R. D. Astumian, J. F. Stoddart, B. A. Grzybowski, Chem. Soc. Rev., 2012, 41, 19–30
  10. A. Coskun, J. M. Spruell, G. Barin, W. R. Dichtel, A. H. Flood, Y. Y. Botros, J. F. Stoddart. Chem. Soc. Rev., 2012, 41 (14), 4827–59.
  11. 11.0 11.1 "Stoddart Wins King Faisal International Prize". Chemical & Engineering News খণ্ড 85 (12): 71. March 19, 2007. http://cen.acs.org/articles/85/i12/Stoddart-Wins-King-Faisal-International.html?type=paidArticleContent। আহৰণ কৰা হৈছে: 26 May 2016. 
  12. 12.0 12.1 "Fraser Stoddart is awarded the 2007 King Faisal International Prize for Science". California NanoSystems Institute. January 17, 2007. Archived from the original on February 10, 2007. https://web.archive.org/web/20070210012644/http://www.cnsi.ucla.edu/news/item?item_id=235742। আহৰণ কৰা হৈছে: October 7, 2016. 
  13. Chang, Kenneth; Chan, Sewell (5 October 2016). "3 Makers of ‘World’s Smallest Machines’ Awarded Nobel Prize in Chemistry". New York Times. http://www.nytimes.com/2016/10/06/science/nobel-prize-chemistry.html। আহৰণ কৰা হৈছে: 5 October 2016. 
  14. Capecelatro, Alex N. (2007). "From Auld Reekie to the City of Angels, and all the Meccano in between: A Glimpse into the Life and Mind of Sir Fraser Stoddart". The UCLA USJ খণ্ড 20. Archived from the original on 2016-03-31. https://web.archive.org/web/20160331234220/http://stoddart.northwestern.edu/Interviews/Interview1.pdf। আহৰণ কৰা হৈছে: 2016-10-07. 
  15. "It's all Kids Stuff". Daniel Stewart's and Melville College Former Pupils ClubFP News, The magazine and Annual Review of The Stewart's Melville FP Club. December 2014. http://issuu.com/stewartsmelvillefpnews/docs/fp_news_2014। আহৰণ কৰা হৈছে: 29 July 2015. 
  16. Stoddart, James Fraser (1967). Studies on plant gums of the Acacia group (PhD thesis). University of Edinburgh. http://ethos.bl.uk/OrderDetails.do?uin=uk.bl.ethos.662504. 
  17. 17.0 17.1 "2005 – Professor J Fraser Stoddart". The University of Edinburgh. http://www.ed.ac.uk/alumni/services/notable-alumni/alumnus/fraserstoddart। আহৰণ কৰা হৈছে: 26 May 2016. 
  18. Marcus, Jennifer (January 4, 2007). "UCLA’s J. Fraser Stoddart Adds Knight Bachelor to His List of Honors". UCLA Newsroom. http://newsroom.ucla.edu/releases/UCLA-s-J-Fraser-Stoddart-Adds-7598. 
  19. 19.0 19.1 "Ma'am to the Rescue". Stoddart Mechanostereochemistry Group. 2007-06-13. Archived from the original on 2010-06-12. https://web.archive.org/web/20100612192443/http://stoddart.northwestern.edu/Index.php?View=News%2FNewsSheet.php&ID=77। আহৰণ কৰা হৈছে: 2009-01-19. 
  20. 20.0 20.1 "Prof. Sir Fraser Stoddart". World Cultural Council. http://www.consejoculturalmundial.org/winners/winners-of-the-world-award-of-science/prof-sir-fraser-stoddart/। আহৰণ কৰা হৈছে: 6 October 2016. 
  21. "Sir J. Fraser Stoddart, Professor Emeritus of Chemistry and Biochemistry at UCLA, has been elected to the National Academy of Sciences (NAS)". UCLA. May 1, 2014. http://www.chemistry.ucla.edu/news/national-academy-sciences. 
  22. Anyaso, Hilary Hurd (April 18, 2012). "Faculty Members Named AAAS Fellows". Northwestern News. Archived from the original on July 28, 2016. https://web.archive.org/web/20160728181650/http://www.northwestern.edu/newscenter/stories/2012/04/american-academy-of-arts-and-sciences.html। আহৰণ কৰা হৈছে: October 7, 2016. 
  23. "Who our members are". Royal Society of Chemistry. http://www.rsc.org/membership-and-community/who-our-members-are/#honorary-fellows। আহৰণ কৰা হৈছে: 27 May 2016. 
  24. "Directory 2016/2017". Royal Society of Edinburgh. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304102800/https://www.royalsoced.org.uk/cms/files/publications/directory/directory_nolist.pdf। আহৰণ কৰা হৈছে: 27 May 2016. 
  25. "J.F. Stoddart". Royal Netherlands Academy of Arts and Sciences. Archived from the original on 14 February 2016. https://web.archive.org/web/20160214185257/https://www.knaw.nl/en/members/foreign-members/7175। আহৰণ কৰা হৈছে: 14 February 2016. 
  26. "UCLA Members of the American Association for the Advancement of Science". UCLA. http://www.ucla.edu/about/awards-and-honors/faculty/american-association-for-the-advancement-of-science। আহৰণ কৰা হৈছে: 26 May 2016. 
  27. "List of Members: Sir J. Fraser Stoddart". Leopoldina. http://www.leopoldina.org/en/members/list-of-members/member/713/। আহৰণ কৰা হৈছে: 26 May 2016. 
  28. "Centenary Prize 2014 Winner Professor Sir Fraser Stoddart Professor Sir Fraser Stoddart". Royal Society of Chemistry. http://www.rsc.org/ScienceAndTechnology/Awards/CentenaryPrizes/2014-winner-stoddart.asp। আহৰণ কৰা হৈছে: 26 May 2016. 
  29. "Royal Medallists". The Royal Society Of Edinburgh. Archived from the original on 6 October 2016. https://web.archive.org/web/20161006213622/https://www.royalsoced.org.uk/937_RoyalMedallists.html। আহৰণ কৰা হৈছে: 26 May 2016. 
  30. Fellman, Megan (August 3, 2010). "Sir Fraser Stoddart Honored With Royal Medal". Northwestern University. Archived from the original on October 7, 2016. https://web.archive.org/web/20161007110732/http://www.northwestern.edu/newscenter/stories/2010/08/stoddart.html। আহৰণ কৰা হৈছে: October 7, 2016. 
  31. "Award Winners Davy Medal". The Royal Society. https://docs.google.com/spreadsheets/d/1dsunM9ukGLgaW3HdG9cvJ_QKd7pWjGI0qi_fCb1ROD4/pubhtml?gid=1021770356&single=true। আহৰণ কৰা হৈছে: 26 May 2016. 
  32. "Arthur C. Cope Award". American Chemical Society. http://www.acs.org/content/acs/en/funding-and-awards/awards/national/bytopic/arthur-c-cope-award.html। আহৰণ কৰা হৈছে: 26 May 2016. 
  33. "2007 Foresight Institute Feynman Prize". Foresight Institute. http://www.foresight.org/FI/2007Feynman.html। আহৰণ কৰা হৈছে: 26 May 2016. 
  34. "Tetrahedron Prize for Creativity". Elsevier. https://www.elsevier.com/awards/global/tetrahedron-prize-for-creativity। আহৰণ কৰা হৈছে: 26 May 2016. 
  35. "The Nagoya Medal of Organic Chemistry". Nagoya University. http://www.itbm.nagoya-u.ac.jp/en/news/NagoyaMedal.pdf। আহৰণ কৰা হৈছে: 26 May 2016. 
  36. "Arthur C. Cope Scholar Awards". American Chemical Society. http://www.acs.org/content/acs/en/funding-and-awards/awards/national/bytopic/arthur-cope-scholar-award.html। আহৰণ কৰা হৈছে: 26 May 2016. 
  37. "Izatt-Christensen Awards". Brigham Young University. Archived from the original on 3 May 2014. https://archive.today/20140503195535/http://old.chem.byu.edu/faculty/jdl/ISMC/award.html। আহৰণ কৰা হৈছে: 26 May 2016. 

বাহ্যিক সংযোগ সম্পাদনা কৰক