১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

২৪ মে' (ইংৰাজী: 24 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৪তম (অধিবৰ্ষত ১৪৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২১টা দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনাৱলীসম্পাদনা কৰক

  • ২০১৩ - মণীষ কুমাৰ ডেকাই মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰা দ্বিতীয়জন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়।

জন্মসম্পাদনা কৰক

মৃত্যুসম্পাদনা কৰক

  • ১৫৪৩ - নিকোলাচ কপাৰনিকাচ, পোলেণ্ডৰ জ্যোতিৰ্বিজ্ঞানী, 'পৃথিৱী সৌৰজগতৰ কেন্দ্ৰ নহয়, বৰং সূৰ্যহে সৌৰজগতৰ কেন্দ্ৰ'-এই কথাষাৰৰ আৱিষ্কাৰক।
  • ১৯৮৫ - কুমাৰ কিশোৰ, অসমৰ এগৰাকী ঔপন্যাসিক। তেখেতৰ প্ৰকৃত নাম আছিল কিশোৰী মোহন শৰ্মা। (জন্ম: ১৯৮৫)
  • ২০১১ - কবীন ফুকন, অসমীয়া কবি-সাহিত্যিক, সমালোচক আৰু শিক্ষাবিদ (জন্ম: ১৯৪৬ চন)।

দিৱসসম্পাদনা কৰক

  • আন্তৰ্জাতিক ভাতৃ দিৱস।

অন্যান্য তথ্যসম্পাদনা কৰক