জৱা হৈছে সপুষ্পক উদ্ভিদৰ মালভেছী পৰিয়ালৰ অন্তৰ্গত এটা গণৰ নাম। এই গণৰ কেইবাটাও প্ৰজাতিৰ গছ আছে। ইয়াৰ কেইবাটাও প্ৰজাটিৰ বাংলা নাম হৈছে ৰক্তজবা, জবা, ঝুমকা জবা, জবা কুসুম ইত্যাদি উল্লেখযোগ্য। বৰ্তমান অনেক ধৰণৰ সংকৰ প্ৰজাতিৰ (হাইব্ৰীড) জৱা ফুল পোৱা যায়। জৱা বিভিন্ন ৰং আৰু আকৃতিৰ পোৱা যায়।

জৱা
Hibiscus rosa-sinensis
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Angiosperms
শ্ৰেণী: Eudicots
বৰ্গ: Malvales
পৰিয়াল: Malvaceae
উপপৰিয়াল: Malvoideae
গোত্ৰ: Hibisceae
গণ: Hibiscus
L.
Species

232 species

সমাৰ্থক

Bombycidendron Zoll. & Moritzi
Bombycodendron Hassk.
Brockmania W.Fitzg.
Pariti Adans.
Wilhelminia Hochr.[1]

Hibiscus blooming time lapse

চিত্ৰ সম্ভাৰ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বহিঃসংযোগ সম্পাদনা কৰক