Stub icon এই বৃক্ষৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।

টেঙা কঁটৰা (বৈজ্ঞানিক নাম: Piliostigma malabaricum) হৈছে ফেবেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সৰু সপুষ্পক উদ্ভিদৰ প্ৰজাতি।[2][3] বহুসময়ত ইয়াক আলংকাৰিক পুষ্প হিচাপে গণ্য কৰা হয়। পূৰ্ৱতে ইয়াক বাউয়িনিয়া গণত অন্তৰ্ভুক্ত কৰা হৈছিল, কিন্তু উপ−পৰিয়াল চেৰিঅ’ডিয়াৰ[4] আৰু ট্ৰাইব বাউইনিয়া[5] চিনাক্তকৰণৰ লগে লগে ইয়াৰ নাম সলনি কৰা হয়।

টেঙা কঁটৰা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
বিভাগ: Magnoliophyta
শ্ৰেণী: Magnoliopsida
বৰ্গ: Fabales
পৰিয়াল: Fabaceae
উপপৰিয়াল: Cercidoideae
গণ: Piliostigma
প্ৰজাতি: P. malabaricum
বৈজ্ঞানিক নাম
Piliostigma malabaricum
(Roxb.)Benth.
সমাৰ্থক

Bauhinia malabarica[1]

ইয়াৰ এছীয় প্ৰজাতিটোক "Purple Orchid Tree" বুলি কোৱা হয় আৰু ভিয়েটনামী ভাষাত চান ট্ৰাও আৰু মং ব’ টাই ভই বুলি কয়। কেটালগ অৱ লাইফত উপ−প্ৰজাতিটোকP. malabaricum acidum নামেৰে অন্তৰ্ভুক্ত কৰা আছে।[2]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Roxb (1832) In Carey & Wallich (ed.), Flora Indica 2. 321.
  2. 2.0 2.1 Roskov Y., Kunze T., Orrell T., Abucay L., Paglinawan L., Culham A., Bailly N., Kirk P., Bourgoin T., Baillargeon G., Decock W., De Wever A., Didžiulis V. (ed) (2014). "Species 2000 & ITIS Catalogue of Life: 2014 Annual Checklist.". Species 2000: Reading, UK.. http://www.catalogueoflife.org/annual-checklist/2014/details/species/id/11468867। আহৰণ কৰা হৈছে: 26 May 2014. 
  3. ILDIS World Database of Legumes Archived 2014-05-17 at the Wayback Machine
  4. The Legume Phylogeny Working Group (LPWG). (2017). "A new subfamily classification of the Leguminosae based on a taxonomically comprehensive phylogeny". Taxon খণ্ড 66 (1): 44–77. doi:10.12705/661.3. http://www.ingentaconnect.com/contentone/iapt/tax/2017/00000066/00000001/art00004. 
  5. "The genus Bauhinia s.l. (Leguminosae): A phylogeny based on the plastid trnLtrnF region". Botany খণ্ড 87 (10): 947–960. 2009. doi:10.1139/B09-065.