তঞ্চঙ্গ্যা ভাষা
ভাৰত-আৰ্য ভাষা
তঞ্চঙ্গ্যা হৈছে বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰাম, ভাৰতৰ ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্য আৰু ম্যানমাৰৰ ৰাখাইন ৰাজ্যত প্ৰচলিত এটা ভাষা। ই এটা ভাৰত-আৰ্য ভাষা যদিও কোনো কোনো বিদ্বানৰ মতে ই তিব্বত-বৰ্মীয় ভাষা।[1][2] ইয়াৰ চাকমা আৰু চট্টগ্ৰামীয়া ভাষাৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক আছে।
তঞ্চঙ্গ্যা | |
---|---|
থলুৱা অঞ্চল | বাংলাদেশ |
অঞ্চল | পাৰ্বত্য চট্টগ্ৰাম (বাংলাদেশ) মিজোৰাম আৰু ত্ৰিপুৰা (ভাৰত) ৰাখাইন ৰাজ্য (ম্যানমাৰ) |
জাতীয়তা | তঞ্চঙ্গ্যা জনগোষ্ঠী |
স্থানীয় ভাষিক |
২২,০০০ |
ভাষা পৰিয়াল |
ভাৰত-ইউৰোপীয়
|
লিখন প্ৰণালী | তঞ্চঙ্গ্যা বৰ্ণমালা |
ভাষা সংকেত | |
ISO 639-3 | tnv |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "In Search History of the Tanchangya Language". Tongchangya World. 1 July 2019. https://tongchangyaworld.wordpress.com/2019/07/01/in-search-history-of-the-tanchangya-language/। আহৰণ কৰা হৈছে: 25 July 2019.
- ↑ Rupak-Debnath (2008): 167