তিল (pron.: /ˈsɛsəm/; বৈজ্ঞানিক নাম Sesamum indicum) এবিধ Sesamum গোত্ৰৰ ফুলৰ গছ। ইয়াৰ ওচৰ সম্বন্ধীয় উদ্ভিদ আফ্ৰিকাত যথেষ্ট পোৱা যায়। ভাৰততো ইয়াৰ কিছু জাতিত দেখা যায়। খোৱা বীজ হিচাপে ব্যৱহাৰ হোৱা তিল বিষুৱ অঞ্চলত যথেষ্ট পৰিমাণে খেতি হয়। সাধাৰণেত ইয়াৰ ফুল ৰং হালধীয়া হয় যদিও কিছু কিছু জাতৰ নীলা অথবা বেঙুনীয়াও দেখা যায়।

তিল
Sesame
Sesame plants
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Lamiales
পৰিয়াল: Pedaliaceae
গণ: Sesamum
প্ৰজাতি: S. indicum
বৈজ্ঞানিক নাম
Sesamum indicum
L.

ইয়াৰ গছৰ উচ্চতা ৫০ ছে.মি. ৰ পৰা ১০০ ছে.মি.ৰ ভিতৰত হয়। পাত বিলাক গছডালৰ পৰস্পৰৰ বিপৰীত দিশত থাকে আৰু প্ৰায় ৪ ৰ পৰা ১৪ ছে.মি. দীঘল হয়। গছ জোপা গুৰি অংশই প্ৰায় ৫ ছে.মি. অঞ্চল অধিকাৰ কিৰ থাকে। ওপৰ দিশত ই ক্ৰমান্বেয় পাতল হৈ গৈ থাকে আৰু ফুল ফুলা অঞ্চলটো প্ৰায় ১ ছে.মি. বহল হয়ৈগ। ফুলবোৰ বগাৰ পৰা বেঙুনীয়া বৰণৰ হয়। ই টিলিঙা আকাৰৰ, প্ৰায় ৩ ৰ পৰা ৫ ছে.মি. দীঘল আৰু মুখত চাৰিটা ধেনুভিৰীয়া অংশ থাকে।


তথ্য সংগ্ৰহসম্পাদনা কৰক

গ্ৰন্থ সংযোগসম্পাদনা কৰক

  • Bedigian, Dorothea (2010). Sesame: The Genus Sesamum. প্ৰকাশক St. Louis: Missouri Botanical Garden. ISBN 978-0-8493-3538-9. 

বাহ্যিক সংযোগসম্পাদনা কৰক