তিৱা স্বায়ত্বশাসিত পৰিষদ


তিৱা স্বায়ত্বশাসিত পৰিষদ (তিৱাশ্বং) ভাৰতৰ অসম ৰাজ্যৰ তিৱা জনগোষ্ঠীৰ কল্যাণ আৰু সুৰক্ষাৰ বাবে ভাৰতৰ অন্যতম স্বায়ত্বশাসিত অঞ্চল। ১৯৯৫ চনত ইয়াক গঠন কৰা হৈছিল।[2]

তিৱা স্বায়ত্বশাসিত পৰিষদ (তিৱাশ্বং)
ধৰন
ধৰন ভাৰতৰ স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ
নেতা
মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ[1]
উপ মুখ্য কাৰ্যবাহী সদস্য তুলসী বৰদলৈ
গঠন
সদস্য ৩৬ জন
ৰাজনৈতিক দলসমূহ চৰকাৰ (৩৫)

বিৰোধী (১)

নিৰ্বাচন
বিগত নিৰ্বাচন ২০২১
সভাৰ স্থান
মৰিগাঁও, অসম
ৱেবছাইট

তথ্য সংগ্ৰহ সম্পাদনা কৰক