তিৱা স্বায়ত্বশাসিত পৰিষদ
তিৱা স্বায়ত্বশাসিত পৰিষদ (তিৱাশ্বং) ভাৰতৰ অসম ৰাজ্যৰ তিৱা জনগোষ্ঠীৰ কল্যাণ আৰু সুৰক্ষাৰ বাবে ভাৰতৰ অন্যতম স্বায়ত্বশাসিত অঞ্চল। ১৯৯৫ চনত ইয়াক গঠন কৰা হৈছিল।[2]
তিৱা স্বায়ত্বশাসিত পৰিষদ (তিৱাশ্বং) | |
---|---|
ধৰন | |
ধৰন | ভাৰতৰ স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ |
নেতা | |
মুখ্য কাৰ্যবাহী সদস্য | জীৱন চন্দ্ৰ কোঁৱৰ[1] |
উপ মুখ্য কাৰ্যবাহী সদস্য | তুলসী বৰদলৈ |
গঠন | |
সদস্য | ৩৬ জন |
ৰাজনৈতিক দলসমূহ | চৰকাৰ (৩৫)
বিৰোধী (১)
|
নিৰ্বাচন | |
বিগত নিৰ্বাচন | ২০২১ |
সভাৰ স্থান | |
মৰিগাঁও, অসম | |
ৱেবছাইট |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Kangkan Kalita (6 January 2021). "Assam: BJP formally takes charge of Tiwa Autonomous Council". https://m.timesofindia.com/city/guwahati/assam-bjp-formally-takes-charge-of-tiwa-autonomous-council/amp_articleshow/80139667.cms.
- ↑ "Institutional overlap" (en-US ভাষাত). Sentinelassam. 2020-12-29. https://www.sentinelassam.com/amp/editorial/institutional-overlap-518502। আহৰণ কৰা হৈছে: 2021-04-09.