তেজপুৰ চৰকাৰী আইন মহাবিদ্যালয়

তেজপুৰ চৰকাৰী আইন মহাবিদ্যালয় ( ইংৰাজী  : Tezpur Govt Law College) তেজপুৰৰ চকীঘাটত ২০২৩ চনত স্থাপন কৰা হয়। অসমৰ দ্বিতীয় চৰকাৰী আইন মহাবিদ্যালয় । অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দ্বাৰা স্থাপিত।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক

https://www.etvbharat.com/as/!state/assam-cm-inaugurates-tezpur-govt-law-college-at-chokihaat-ass24012703208


https://highereducation.assam.gov.in/as/portlets/[সংযোগবিহীন উৎস]