তেজস্বী সূৰ্য
লাক্য সূৰ্য্যনাৰায়ণ তেজস্বী সূৰ্য্য (ইংৰাজী: Tejasvi Surya) এজন ভাৰতীয় ৰাজনীতিবিদ, আৰ এছ এছ স্বয়মসেৱক আৰু অধিবক্তা যিয়ে ভাৰতীয় জনতা পাৰ্টিৰ পৰা বাংগালুৰু দক্ষিণ সমষ্টিক প্ৰতিনিধিত্ব কৰি ১৭ নং লোকসভাৰ সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। [1][2] ২০২০ চনৰ ২৬ ছেপ্টেম্বৰৰ পৰা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি। [3][4]
তেজস্বী সূৰ্য | |
---|---|
তেজস্বী সূৰ্যৰ ফাইল ফটো | |
১৪ত্বম ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২৬ ছেপ্টেম্বৰ ২০২০ | |
পূৰ্বসূৰী | পুনম মহাজন |
লোকসভা সাংসদ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২৩ মে' ২০১৯ | |
পূৰ্বসূৰী | অনন্ত কুমাৰ |
সমষ্টি | দক্ষিণ বাংগালুৰু |
ব্যক্তিগত তথ্য | |
জন্ম | ১৬ নৱেম্বৰ, ১৯৯০ (৩৪ বছৰ) বাংগালুৰু, কৰ্ণাটক, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টী |
পেচা | ৰাজনীতিবিদ |
জীৱিকা | অধিবক্তা |
ৱেবছাইট | tejasvisurya |
ব্যক্তিগত জীৱন
সম্পাদনা কৰকতেজস্বী সূৰ্য্যৰ জন্ম হৈছিল ১৯৯০ চনৰ ১৬ নৱেম্বৰত কৰ্ণাটকৰ বেংগালুৰুত।[5] তেওঁৰ পিতৃ আবকাৰী বিভাগৰ প্ৰাক্তন যুটীয়া আয়ুক্ত এল এ সূৰ্য্যনাৰায়ণ, আনহাতে খুৰাক এল. এ ৰবি সুব্ৰমণ্য বাসৱনগুড়ী বিধানসভা সমষ্টিৰ তিনিবাৰৰ বিধায়ক। মাকৰ নাম ৰামা। [6][7][8]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Bangalore South Lok Sabha election Live: Tejasvi Surya won", 2019 Indian general election, 24 May 2019, http://results.eci.gov.in/pc/en/constituencywise/ConstituencywiseS1026.htm?ac=26, আহৰণ কৰা হৈছে: 24 May 2019
- ↑ "Another abusive tweet by BJP MP Candidate Tejasvi Surya spotted". Times of Assam. 28 March 2019. https://www.timesofassam.com/national/lok-sabha-election-2019/another-abusive-tweet-by-bjp-mp-candidate-tejasvi-surya-spotted/। আহৰণ কৰা হৈছে: 24 May 2019.
- ↑ "In Team Nadda, Tejasvi Surya Becomes BJP's Yuva Morcha Chief, Ram Madhav Dropped as Gen Secy" (en ভাষাত). News18. 27 September 2020. https://www.news18.com/news/politics/nadda-announces-23-new-office-bearers-of-bjp-2911153.html.
- ↑ "BJP Reshuffle: Ram Madhav Replaced, Tejasvi Surya Heads Youth Wing" (en ভাষাত). TheQuint. 26 September 2020. https://www.thequint.com/news/politics/bjp-announces-new-team-of-national-office-bearers-general-secretaries.
- ↑ "L.S. Tejasvi Surya | National Portal of India". www.india.gov.in. https://www.india.gov.in/my-government/indian-parliament/ls-tejasvi-surya। আহৰণ কৰা হৈছে: 16 May 2021.
- ↑ "Who is Tejasvi Surya? 28-year-old lawyer, BJP's surprise pick for prestigious Bengaluru South seat" (en ভাষাত). Financialexpress. https://www.financialexpress.com/elections/tejasvi-surya-bjp-candidate-from-bengaluru-south-lok-sabha-seat-who-is-he/1527897/.
- ↑ "Surya, Shri L.S. Tejasvi". Lok Sabha. http://loksabhaph.nic.in/Members/MemberBioprofile.aspx?mpsno=5182। আহৰণ কৰা হৈছে: 27 September 2020.
- ↑ "In Midnight Surprise, BJP Picks Young Face Tejasvi Over Ananthkumar's Wife from Bengaluru South". News18. 27 March 2019. https://www.news18.com/news/politics/in-midnight-surprise-bjp-picks-young-face-tejasvi-over-ananthkumars-wife-from-bengaluru-south-2077869.html। আহৰণ কৰা হৈছে: 11 December 2019.