ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত নদুৱাৰৰ জামুগুৰিহাট অঞ্চলৰ এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান।[1] ১৯৬৩ চনত এই মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠা কৰা হয়। ত্যাগবীৰ হেম বৰুৱাৰ নামেৰে মহাবিদ্যালয় খনৰ নাম ৰখা হয়। তেওঁ অসমৰ এজন স্বাধীনতা আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণকৰি, সমাজকৰ্মী তথা লেখক।

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়।
মূলমন্ত্ৰ "May The Divine Light Enlighten Us"
স্থাপিত ১৯৬৩ চন
ধৰণ মহাবিদ্যালয
অধ্যক্ষ ড° অজিত হাজৰিকা
স্থান জামুগুৰিহাট, অসম, ভাৰত ভাৰত
ৱেবছাইট www.thbcollege.com

মহাবিদ্যালয়ৰ পৰিৱেশ সম্পাদনা কৰক

মহাবিদ্যালয়ৰ সুবিধাসমূহ সম্পাদনা কৰক

  • কম্পিউটাৰ শিক্ষা[2]
  • গ্ৰন্থাগাৰ[3]
  • ছাত্ৰাবাস
  • ছাত্ৰীনিবাস
  • খেলপথাৰ
  • NCC, NSS
  • শৰীৰ চৰ্চা কেন্দ্ৰ
  • কেণ্টিন

পাঠ্যক্ৰমসমূহ সম্পাদনা কৰক

ত্যাগবিৰ হেম বৰুৱা মহাবিদ্যালয়ত নিম্নোক্ত পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হয়। মহাবিদ্যালয়খনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।

  • উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান)
  • স্নাতক (কলা, আৰু বিজ্ঞান)
  • ইউ জি চি কেৰিয়াৰমুখী পাঠ্যক্ৰম[4]

শৈক্ষিক বিভাগসমূহ সম্পাদনা কৰক

কলা:

  • ইংৰাজী বিভাগ
  • অসমীয়া বিভাগ
  • নেপালী বিভাগ
  • বড়ো বিভাগ
  • শিক্ষা বিভাগ
  • অৰ্থনীতি বিভাগ
  • ইতিহাস বিভাগ
  • ৰাজনীতি বিজ্ঞান বিভাগ
  • ভূগোল বিভাগ

বিজ্ঞান:

  • উদ্ভিদ বিজ্ঞান বিভাগ
  • প্ৰাণী বিজ্ঞান বিভাগ
  • ৰসায়ন বিজ্ঞান বিভাগ
  • পদাৰ্থ বিজ্ঞান বিভাগ
  • অৰ্থনীতি বিভাগ
  • গণিত বিভাগ


তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Tyagbir Hem Baruah College". thbcollege.org. http://www.thbcollege.com। আহৰণ কৰা হৈছে: 2013-05-08. 
  2. "Tyagbir Hem Baruah College - Official Website". thbcollege.com. http://thbcollege.com/index.php?home/computer. 
  3. "Tyagbir Hem Baruah College - Official Website". thbcollege.com. http://thbcollege.com/index.php?home/library. 
  4. "T.H.B. COLLEGE ASSAM – ADMISSION 2020-21, COURSES, FEES, APPLICATION FORM, ADMISSION DATE » Assam Edu". 24 June 2020. https://assamedu.in/t-h-b-college-assam-admission-2020-21/.