তৰণ দুৱাৰা (ইংৰাজী: Tarun Duwara) হৈছে এগৰাকী অসমীয়া চিত্ৰশিল্পী।[1]

তৰণ দুৱৰা
জন্ম ডিব্ৰুগড়
মৃত্যু ১৯৯৮
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

১৯২১ চনৰ ডিব্ৰুগড়ত হৈছিল।

চিত্ৰ জগতলৈ অৱদান সম্পাদনা কৰক

হেমন্ত মিশ্ৰ আৰু আশো দেৱৰ দৰে কুৰি শতিকাৰ চল্লিছৰ দশকত দুৱৰাই ছবি আঁকিছিল,তেওঁ অকাঁ "শিপিনী" তথা " তাঁতশাল" ছবিয়ে দেশৰ আন ঠাইতো চিত্ৰৰসিকৰ মন আকৰ্ষণ কৰিছিল।[2]

মৃত্যু সম্পাদনা কৰক

১৯৯৮ চনত তেওঁৰ মৃত্যু হয়।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. কথা  বৰেণ্য ১০০ শোণিত বিজয় দাস
  2. কথা  বৰেণ্য ১০০ শোণিত বিজয় দাস