দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়

অসমৰ শিক্ষানুষ্ঠান

দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় (ইংৰাজী: Dakshin Kamrup Girls' College) হৈছে ১৯৮৮ চনত স্থাপিত অসমকামৰূপ জিলামিৰ্জাত অৱস্থিত এখন সাধাৰণ ডিগ্ৰীৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1][2]

দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়
স্থাপিত ১৯৮৮
ধৰণ ৰাজহুৱা
অধ্যক্ষ ড° গজেন্দ্ৰ অধিকাৰী
স্থান মিৰ্জা, কামৰূপ, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট www.dkgirlscollege.in

বিভাগ সম্পাদনা কৰক

  • অসমীয়া
  • ইংৰাজী
  • অৰ্থনীতি
  • শিক্ষা
  • বুৰঞ্জী
  • হোম চায়েঞ্চ
  • গণ যোগাযোগ আৰু সাংবাদিকতা
  • দৰ্শন

মান্যতা সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Affiliated Colleges". Gauhati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 9 June 2017. 
  2. "Provincialised colleges affiliated to Gauhati University". Directorate of Higher Education, Assam. Archived from the original on 6 July 2017. https://web.archive.org/web/20170706192913/http://www.dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 9 June 2017. 
  3. "CCycle211697" (PDF). National Assessment and Accreditation Council. http://web5.kar.nic.in/naac_ec/ShowPdf.aspx?Field1=College&Field2=Dakshin+Kamrup+Girls%e2%80%99+College&Field3=Mirza&Field4=AS&Field5=Cycle2&Field6=11697। আহৰণ কৰা হৈছে: 9 June 2017. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ সম্পাদনা কৰক