দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয় (বাক্সা)
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয়(ইংৰাজী: Dakshin Bijni Degree College) অসমৰ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত আনন্দবজাৰ অঞ্চলৰ উচ্চশিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ অন্যতম।[2] এই মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধিভুক্ত।
দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয় | |
---|---|
DAKSHIN BIJNI DEGREE COLLEGE | |
স্থাপিত | ২০১৬ চনত |
ধৰ্মীয় ভুক্তি | বড়োলেণ্ড বিশ্ববিদ্যালয় |
অধ্যক্ষ | শ্ৰী অমৃত বড়ো |
স্থান | আনন্দ বজাৰ বাক্সা, অসম, ভাৰত |
উপনাম | ডি. বি. ডি. কলেজ |
ভুক্তি | বড়োলেণ্ড বিশ্ববিদ্যালয় |
ৱেবছাইট | [1] |
ইতিহাস
সম্পাদনা কৰকদক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয়খন অসমৰ বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ(বি.টি.চি.) অন্তৰ্ভুক্ত বাক্সা জিলাৰ শালবাৰী মহকুমাৰ আনন্দবজাৰ অঞ্চলৰ উচ্চশিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ অন্যতম। সমগ্ৰ দক্ষিণ বিজনী অঞ্চলৰ উঠি অহা প্ৰজন্মৰ উচ্চ শিক্ষাৰ সুব্যৱস্থা অভাৱ দেখি কেইগৰাকীমান শিক্ষাবিদ,সমাজসেৱক আৰু সচেতন জনসাধাৰণৰ উদ্যোগত ২০১৬ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰে। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ এই মহাবিদ্যালয়খনে বিভিন্ন দিশত সুনাম অৰ্জন কৰি আজিৰ দিনত সমগ্ৰ অঞ্চলৰ ভিতৰতে এখন আগশাৰীৰ মহাবিদ্যালয় ৰূপে পৰিগণিত হৈছে। [3]
শৈক্ষিক
সম্পাদনা কৰকপাঠ্যক্ৰমসমূহ
সম্পাদনা কৰকদক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয়ত স্নাতক পৰ্যায়ত কলা শাখাৰ পাঠ্যক্ৰম আগবঢ়োৱা হয়। শেহতীয়াকৈ এই মহাবিদ্যালয়ৰ ইংৰাজী স্নাতক (গুৰু) বিষয়ৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয়ৰ স্নাতক শাখা বড়োলেণ্ড বিশ্ববিদ্যালয় ৰ অধীনস্থ।[4]
বিভাগসমূহ
সম্পাদনা কৰক- বড়ো
- অসমীয়া
- ইংৰাজী
- অৰ্থনীতি-বিজ্ঞান
- তৰ্কবিজ্ঞান আৰু দৰ্শন
- শিক্ষা
- ৰাজনীতি-বিজ্ঞান
মহাবিদ্যালয়ৰ সুবিধাসমূহ
সম্পাদনা কৰক- গ্ৰন্থাগাৰ
- মনোবৈজ্ঞানিক পৰীক্ষাগাৰ
- কেৰিয়াৰ কাউন্সেলিং
- খেলপথাৰ
ঠিকনা
সম্পাদনা কৰকবৰটাৰী(আনন্দবজাৰ), পো.অ.:-আনন্দবজাৰ, থানা:-শালবাৰী, জিলা:-বাক্সা(বি.টি.আৰ.), অসম,পিন:-১৭৮৩১৮ ই.মেইল:-dbdcollegeac@gmail.com
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Dakshin Bijni Degree College". dbdcollege.mydurable.com. https://dbdcollege.mydurable.com/। আহৰণ কৰা হৈছে: 11 September 2024.
- ↑ "DBD College". https://dbdcollege.mydurable.com/। আহৰণ কৰা হৈছে: 24 August 2024.
- ↑ "Dakshin Bijni Degree College 1". dbdcollege.mydurable.com. https://dbdcollege.mydurable.com/। আহৰণ কৰা হৈছে: 10 September 2024.
- ↑ "Dakshin Bijni Degree College/Bodoland University". shiksha.com. https://www.shiksha.com/college/dakshin-bijni-degree-college-assam-other-188197। আহৰণ কৰা হৈছে: 10 September 2024.