দক্ষিণ শালমাৰা বিধানসভা সমষ্টি

অসমৰ বিধান সভা সমষ্টি।


দক্ষিণ শালমাৰা বিধানসভা সমষ্টি হৈছে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম ৷ শালমাৰাও ধুবুৰী লোকসভা সমষ্টিৰ অংশ ৷ [1] [2]

দক্ষিণ শালমাৰা
সমষ্টি নং- ২২ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
জিলাদক্ষিণ শালমাৰা মানকাচৰ
লোকসভা সমষ্টিধুবুৰী লোকসভা সমষ্টি
প্ৰতিস্থা১৯৭৮
মুঠ ভোটাৰ১,৮৯,২৬৪
সংৰক্ষণনা
বিধান সভাৰ সদস্য
পদাধিকাৰী
দলভাৰতীয় জাতীয় কংগ্ৰেছ
মিত্ৰগোটমহাজোট
নিৰ্বাচিত বছৰঅসম বিধানসভা সমষ্টি নিৰ্বাচন ২০২১

বিধানসভাৰ সদস্যসকল সম্পাদনা কৰক

  1. ১৯৭৮: দেৱান জয়নাল আবেদিন, নিৰ্দলীয়
  2. ১৯৮৩: মহম্মদ বজলুল বাছিত, ভাৰতীয় জাতীয় কংগ্ৰেছ
  3. ১৯৮৫: দেৱান জয়নাল আবেদিন, নিৰ্দলীয়
  4. ১৯৯১: দেৱান জয়নাল আবেদিন, নিৰ্দলীয়
  5. ১৯৯৬: ৱাজেদ আলী চৌধুৰী, ভাৰতীয় জাতীয় কংগ্ৰেছ
  6. ২০০১: ৱাজেদ আলী চৌধুৰী, ভাৰতীয় জাতীয় কংগ্ৰেছ
  7. ২০০৬: বদৰুদ্দিন আজমল, অসম সংযুক্ত গণতান্ত্ৰিক মঞ্চ
  8. ২০০৯ (নিৰ্বাচনৰ দ্বাৰা): ৱাজেদ আলী চৌধুৰী, ভাৰতীয় জাতীয় কংগ্ৰেছ
  9. ২০১১: আব্দুৰ ৰেহমান আজমল, সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক ফ্ৰণ্ট
  10. ২০১৬: ৱাজেদ আলী চৌধুৰী, ভাৰতীয় জাতীয় কংগ্ৰেছ
  11. ২০২১: ৱাজেদ আলী চৌধুৰী, ভাৰতীয় জাতীয় কংগ্ৰেছ

তথ্য সংগ্ৰহ সম্পাদনা কৰক