দক্ষিণ শালমাৰা বিধানসভা সমষ্টি
অসমৰ বিধান সভা সমষ্টি।
দক্ষিণ শালমাৰা বিধানসভা সমষ্টি হৈছে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম ৷ শালমাৰাও ধুবুৰী লোকসভা সমষ্টিৰ অংশ ৷ [1] [2]
সমষ্টি নং- ২২ অসম বিধানসভা সমষ্টি | |
ৰাষ্ট্ৰ | ভাৰত |
ৰাজ্য | অসম |
জিলা | দক্ষিণ শালমাৰা মানকাচৰ |
লোকসভা সমষ্টি | ধুবুৰী লোকসভা সমষ্টি |
প্ৰতিস্থা | ১৯৭৮ |
মুঠ ভোটাৰ | ১,৮৯,২৬৪ |
সংৰক্ষণ | না |
দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
মিত্ৰগোট | মহাজোট |
নিৰ্বাচিত বছৰ | অসম বিধানসভা সমষ্টি নিৰ্বাচন ২০২১ |
বিধানসভাৰ সদস্যসকল
সম্পাদনা কৰক- ১৯৭৮: দেৱান জয়নাল আবেদিন, নিৰ্দলীয়
- ১৯৮৩: মহম্মদ বজলুল বাছিত, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৮৫: দেৱান জয়নাল আবেদিন, নিৰ্দলীয়
- ১৯৯১: দেৱান জয়নাল আবেদিন, নিৰ্দলীয়
- ১৯৯৬: ৱাজেদ আলী চৌধুৰী, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০০১: ৱাজেদ আলী চৌধুৰী, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০০৬: বদৰুদ্দিন আজমল, অসম সংযুক্ত গণতান্ত্ৰিক মঞ্চ
- ২০০৯ (নিৰ্বাচনৰ দ্বাৰা): ৱাজেদ আলী চৌধুৰী, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০১১: আব্দুৰ ৰেহমান আজমল, সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক ফ্ৰণ্ট
- ২০১৬: ৱাজেদ আলী চৌধুৰী, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০২১: ৱাজেদ আলী চৌধুৰী, ভাৰতীয় জাতীয় কংগ্ৰেছ
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ [salmara-south.html ]
- ↑ "Wazed Ali Choudhury | Assam Assembly Election Results Live, Candidates News, Videos, Photos". News18. https://www.news18.com/assembly-elections-2021/assam/wazed-ali-choudhury-salmara-south-candidate-s03a022c002/। আহৰণ কৰা হৈছে: 2021-05-27.