ধুবুৰী (লোকসভা সমষ্টি)
ধুবুৰী লোকসভা সমষ্টি (ইংৰাজী: Dhubri Lok Sabha constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা অন্যতম লোকসভা সমষ্টি৷ এই সমষ্টিটো নামনি অসমৰ ১১টা বিধানসভা খণ্ডৰে গঠিত,[2] দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰু ধুবুৰী জিলাৰ সকলো অংশ; গোৱালপাৰা জিলাৰ কিছু অংশ, বঙাইগাঁও জিলাৰ কিছু অংশ আৰু বৰপেটা জিলাৰ কিছু অংশ সামৰি লৈছে৷ আনুমানিক জনসংখ্যা ৫০ লাখ বাসিন্দাৰ সৈতে ধুবুৰী লোকসভা সমষ্টিত ২৬ লাখ পঞ্জীয়নভুক্ত ভোটাৰ আছে। ধুবুৰী লোকসভা সমষ্টি সমগ্ৰ ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ ভিতৰতে সৰ্বাধিক জনবসতিপূৰ্ণ সমষ্টি।[3]
AS-2 | |
---|---|
ৰাষ্ট্ৰ | ভাৰত |
ৰাজ্য | অসম |
সমষ্টি নং | মানকাচৰ বীৰসিং জৰুৱা ধুবুৰী গৌৰীপুৰ গোলকগঞ্জ বিলাসীপাৰা সৃজনগ্ৰাম গোৱালপাৰা পূব জলেশ্বৰ মান্দিয়া চেঙা |
প্ৰতিস্থা | ১৯৬৭ |
মুঠ ভোটাৰ | ২৬,৬০,৮২৭[1] |
সংৰক্ষণ | নাই |
দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
নিৰ্বাচিত বছৰ | ২০২৪ |
বিধান সভাৰ সমষ্টিসমূহ
সম্পাদনা কৰকধুবুৰী লোকসভা সমষ্টিত তলত উল্লিখিত বিধান সভা সমষ্টিসমূহ আছে[4]:
লোক সভাৰ সদস্য
সম্পাদনা কৰকক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
---|---|---|---|
১ | ১৯৫১ | আমজাদ আলি | প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী |
২ | ১৯৫৭ | আমজাদ আলি | প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী |
৩ | ১৯৬২ | গিয়াছুদ্দিন আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪ | ১৯৬৭ | জাহানুদ্দিন আহমেদ | প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী |
৫ | ১৯৭১ | মইনুল চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬ | ১৯৭৭ | আহমেদ হুচেইন | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৭ | ১৯৮৪ | আব্দুল হামিদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৮ | ১৯৯১ | নুৰুল ইছলাম | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৯ | ১৯৯৬ | নুৰুল ইছলাম | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১০ | ১৯৯৮ | আব্দুল হামিদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১১ | ১৯৯৯ | আব্দুল হামিদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১২ | ২০০৪ | আনোৱাৰ হুচেইন | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১৩ | ২০০৯ | বদৰুদ্দিন আজমল | এ আই ইউ ডি এফ |
১৪ | ২০১৪ | বদৰুদ্দিন আজমল | এ আই ইউ ডি এফ |
১৫ | ২০১৯ | বদৰুদ্দিন আজমল | এ আই ইউ ডি এফ |
১৬ | ২০২৪ | ৰকিবুল হুছেইন | ভাৰতীয় জাতীয় কংগ্ৰেছ [5] |
নিৰ্বাচনৰ ফলাফল
সম্পাদনা কৰকসাধাৰণ নিৰ্বাচন ২০২৪
সম্পাদনা কৰকআইএনচি | ৰকিবুল হুছেইন | ১৪৭১৮৮৫ | ৫৯.৯৯ | ৩০.৭৬ | |
AIUDF | বদৰুদ্দিন আজমল | ৪৫৯,৪০৯ | ১৮.৭২ | ২৩.৯৪ | |
AGP | জাবেদ ইছলাম | ৪৩৮,৫৯৪ | ১৭.৮৮ | ৫.৮৪ | |
ন’টা | ওপৰৰ এজনো নহয় | ১৫,০১৫ | ০.৬১ | 0.08 | |
সংখ্যাগৰিষ্ট | ১,০১২,৪৭৬ | ৪১.২৬ | ২৭.৮৩ | ||
---|---|---|---|---|---|
মুঠ ভোটদান | ২,৪৫৩,৬০৮ | ৯২.২১ | ১.৫৫ | ||
AIUDFৰ ওপৰত আইএনচিৰ বিজয় সাব্যস্ত | ছুইং |
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ https://elections24.eci.gov.in/docs/WYKXFehhEH.pdf সাঁচ:Bare URL PDF
- ↑ https://chanakyya.com/Parliament-Details/Dhubri
- ↑ "More than 90 per cent turnouts mark aggressive Muslim voting in Assam". 13 April 2016. http://indianexpress.com/article/elections-2016/india/india-news-india/more-than-90-per-cent-turnouts-mark-aggressive-muslim-voting-in-assam/.
- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05.
- ↑ "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-05-19. https://web.archive.org/web/20140519232549/http://eciresults.nic.in/ConstituencywiseS034.htm?ac=4। আহৰণ কৰা হৈছে: 7 জুন 2014.
- ↑ https://results.eci.gov.in/PcResultGenJune2024/candidateswise-S032.htm