দাদাচাহেব ফাল্কে
ধুণ্ডীৰাজ গোবিন্দ ফাল্কে (মাৰাঠী: धुंडीराज गोविंद फाळके), যি দাদাচাহেব ফাল্কে(মাৰাঠী: दादासाहेब फाळके; উচ্চাৰণ (সহায়·তথ্য)) নামে অধিক পৰিচিত, (৩০ এপ্ৰিল, ১৮৭০ - ১৬ ফেব্ৰুৱাৰী, ১৯৪৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ জনক হিচাপে গণ্য কৰা হয়।[1][2][3] তেওঁ ১৯১৩ চনত নিৰ্মাণ কৰা ৰাজা হৰিশচন্দ্ৰ আছিল ভাৰতৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ নিৰ্বাক চলচ্চিত্ৰ। ইয়াৰ পিছত তেওঁ প্ৰায় ২৬ বছৰ ধৰি ৯৫খন পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ আৰু ২৬খন স্বল্প দৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।
দাদাচাহেব ফাল্কে Dadasaheb Phalke | |
---|---|
![]() | |
জন্ম | ধুণ্ডীৰাজ গোবিন্দ ফাল্কে ৩০ এপ্ৰিল ১৮৭০ ত্ৰ্যম্বকেশ্বৰ, বম্বে প্ৰচিডেন্সি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১৬ ফেব্ৰুৱাৰী, ১৯৪৪ (৭৩ বছৰ) নাচিক, বম্বে প্ৰচিডেন্সি , ব্ৰিটিছ ভাৰত |
শিক্ষানুষ্ঠান | ছাৰ জে.জে. স্কুল অফ আৰ্ট |
পেচা | চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক |
সক্ৰিয় হৈ থকা সময় | ১৯১৩-১৯৩৭ |
প্ৰাৰম্ভিক জীৱনসম্পাদনা কৰক
ধুণ্ডীৰাজ গোবিন্দ ফাল্কে ১৮৭০ চনৰ ৩০ এপ্ৰিলত ব্ৰিটিছ ভাৰতৰ বম্বে প্ৰচিডেন্সিৰ অন্তৰ্ভুক্ত ত্ৰ্যম্বকেশ্বৰ নামৰ ঠাইত এটি মাৰাঠী শিক্ষিত ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।[4]
উল্লেখযোগ্য চলচ্চিত্ৰসমূহসম্পাদনা কৰক
- ৰাজা হৰিশচন্দ্ৰ (১৯১৩)
- মোহিনী ভস্মাসুৰ (১৯১৩)
- সত্যবান সাৱিত্ৰী (১৯১৪)
- লংকা দহন (১৯১৭)
- শ্ৰী কৃষ্ণ জন্ম (১৯১৮)
- কালীয় মৰ্দন (১৯১৯)
- সেতু বন্ধন (১৯২৩)
- গংগাবতৰণ (১৯৩৭)
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ Dadasaheb Phalke, the father of Indian cinema – Bāpū Vāṭave, National Book Trust – Google Books. Books.google.co.in. http://books.google.co.in/books/about/Dadasaheb_Phalke_the_father_of_Indian_ci.html?id=zTZnAAAAMAAJ&redir_esc=y। আহৰণ কৰা হৈছে: 17 November 2012.
- ↑ Sachin Sharma, TNN 28 June 2012, 03.36AM IST (28 June 2012). "Godhra forgets its days spent with Dadasaheb Phalke – Times of India". Articles.timesofindia.indiatimes.com. http://articles.timesofindia.indiatimes.com/2012-06-28/vadodara/32456429_1_godhra-dadasaheb-phalke-father-of-indian-cinema। আহৰণ কৰা হৈছে: 17 November 2012.
- ↑ Vilanilam, J. V. (2005). Mass Communication in India: A Sociological Perspective. প্ৰকাশক New Delhi: Sage Publications. পৃষ্ঠা. 128. ISBN 81-7829-515-6. http://books.google.co.in/books?id=XBU6pN7toHsC&pg=PA128&dq=dadasaheb+phalke+father+indian+cinema#v=onepage&q=dadasaheb%20phalke%20father%20indian%20cinema&f=false.
- ↑ "The Sunday Tribune – Spectrum – Article". Tribuneindia.com. http://www.tribuneindia.com/2000/20000430/spectrum/main2.htm#2। আহৰণ কৰা হৈছে: 17 November 2012.
বহিঃসংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত Dadasaheb Phalke সম্পৰ্কীয় মিডিয়া ফাইল আছে। |