দিগন্ত হাজৰিকা
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
দিগন্ত হাজৰিকা এজন ভাৰতীয় অভিনেতা তথা মডেল। প্ৰসিদ্ধ হিন্দী ছবি নিৰ্দেশক আশুতোষ গোৱাৰীকেৰৰ সিন্ধু সভ্যতাৰ ওপৰত নিৰ্মিত ছবি মহেঞ্জোদাৰো (চলচ্চিত্ৰ)ৰ জৰিয়তে তেওঁ হিন্দী বোলছবি জগতত প্ৰৱেশ কৰিছে। তেওঁ কেইবাখনো অসমীয়া আৰু হিন্দী চিনেমাত অভিনয় কৰিছে। ১৯৮৪ চনৰ ২৩ ছেপ্টেম্বৰ তাৰিখে অসমৰ নগাঁওত তেওঁৰ জন্ম হৈছিল।
দিগন্ত হাজৰিকা | |
---|---|
জন্ম | ২৩ ছেপ্টেম্বৰ, ১৯৮৪ (৪০ বছৰ) নগাঁও, অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
বংশদ্ভূত | অসমীয়া |
পেচা | অভিনেতা, মডেল |
কৰ্মজীৱন
সম্পাদনা কৰকদিগন্তয়ে পোন প্ৰথমে অসমীয়া চুটি ছবি "কি নাম দি মাতিম" দ্বাৰা অভিনয় জগতত প্ৰৱেশ কৰিছিল। তাৰ পিছত তেওঁ অসমীয়া ছবি "ৰ’দ্" আৰু " ৰিচাং"ত অভিনয় কৰে। শেহতীয়াকৈ তেওঁ ৰাকেশ শৰ্মাৰ নিৰ্দেশিত অসমীয়া বোলছবি "অনুৰাধা"তো অভিনয় কৰিছে। লোহাৰৰ চৰিত্ৰত অভিনয় কৰা মহেঞ্জোদাৰো দিগন্তৰ প্ৰথম হিন্দী ছবি।[1] তাৰ আগতে তেওঁ ষ্টাৰ প্লাছৰ আশুতোষ গোৱাৰিয়েকৰ ধাৰাবাহিক "এভাৰেষ্ট"ত অভিনয় কৰিছিল।
অভিনয়
সম্পাদনা কৰকবোলছবি
- কি নাম দি মাতিম (অসমীয়া)
- ৰিচাং (অসমীয়া)
- ৰ’দ্ (অসমীয়া)(২০১২)
- অনুৰাধা (অসমীয়া)(২০১৫)
- মহেঞ্জোদাৰো(চলচ্চিত্ৰ)(হিন্দী)(২০১৬)
- দ্য আণ্ডাৰৱ'ৰ্ল্ড (অসমীয়া) (২০১৮)
ধাৰাবাহিক
- এভাৰেষ্ট