দিশপুৰ মহাবিদ্যালয়

(দিশপুৰ কলেজৰ পৰা পুনঃনিৰ্দেশিত)

দিশপুৰ মহাবিদ্যালয় গুৱাহাটীগণেশগুৰিত অৱস্থিত এক মহাবিদ্যালয় ৷ এইখন মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূক্ত ৷

দিশপুৰ মহাবিদ্যালয়
মূলমন্ত্ৰ তমসো মা জ্যোতিৰ্গময়
স্থাপিত ১৯৭৮
ধৰণ মহাবিদ্যালয়
অধ্যক্ষ ড॰ অমৰ শইকীয়া
স্থান গণেশগুৰি, গুৱাহাটী, অসম, ভাৰত ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট www.dispurcollege.ac.in

স্থাপন সম্পাদনা কৰক

দিশপুৰ মহাবিদ্যালয়ৰ ১৯৭৮ চনৰ ২৮ আগষ্টত নৈশ পাঠদান কাৰ্যসূচীৰে শুভাৰম্ভ ঘটে ৷ ১৯৯২-৯৩ চনত প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ৰ বাৰ্ষিক পত্ৰিকা "অৰুণ" উন্মোচন হয় ৷ ২০০২-০৩ চনত কম্পিউটাৰ কেন্দ্ৰ উদ্বোধন কৰা হয় ৷ মূখ্যবাণী : " সম্পূৰ্ণ বিকাশৰ স্থান " ৷


পাঠ্যক্ৰম আৰু বিভাগ সম্পাদনা কৰক

  • অসমীয়া বিভাগ
  • ইংৰাজী বিভাগ
  • দৰ্শন বিভাগ
  • বুৰঞ্জী বিভাগ
  • ৰাজনীতি বিজ্ঞান বিভাগ
  • অৰ্থনীতি বিভাগ
  • শিক্ষা বিভাগ
  • গাণনিক বিভাগ
  • ব্যৱস্থাপনা বিভাগ
  • মুদ্ৰা বিভাগ
  • গণিত বিভাগ
  • কম্পিউটাৰ বিভাগ
  • বি.বি.এ. বিভাগ

পাঠদানৰ সময় সম্পাদনা কৰক

দৈনিক পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ ৷

প্ৰাচীৰ পত্ৰিকাসমূহ সম্পাদনা কৰক

  • প্ৰজ্ঞান
  • আলোচনী বিভাগ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক