দ্ৰুপদ
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
দ্ৰুপদ (সংস্কৃত: द्रुपद) যজ্ঞসেন নামেও পৰিচিত (সংস্কৃত: यज्ञसेन) হ'ল মহাভাৰতৰ এটি চৰিত্ৰ। তেখেত দক্ষিণ পাঞ্চাল ভূমিৰ ৰজা আছিল। তেখেতৰ ৰাজধানী কাম্পিল্য হিচাপে পৰিচিত আছিল। তেখেতৰ পিতৃৰ নাম আছিল পৃষত। তেখেত দ্ৰোণাচাৰ্যৰ বাল্য কালৰ বন্ধু আছিল। দ্ৰোণাচাৰ্যৰ আদেশত অৰ্জুনে দ্ৰুপদ ৰজাক বন্দী কৰিছিল।
দ্ৰুপদ | |
---|---|
মহাভাৰতৰ চৰিত্ৰ | |
চিত্ৰ:Upyaz showing his elder brother to Drupada.jpg উপাজই তেওঁৰ ডাঙৰ ভাই দ্ৰুপদক দেখুৱাই আছে | |
তথ্য | |
পৰিয়াল | পৃৃষত (পিতা) |
সন্তান | শিখণ্ডী, ধৃষ্টদ্যুম্ন, দ্ৰৌপদী, সত্যজিৎ, ব্ৰীক, উত্তামঝা, কুমাৰ, যুধ্যমান, পাঞ্চাল্য, সুৰথ, শত্ৰুঞ্জয়া আৰু জন্মেজয় |
দৌপদীৰ সয়ম্বৰ সম্পাদনা কৰক
দ্ৰুপদ ৰজাই তেখেতৰ কন্যা তথা পাঞ্চালৰ ৰাজকুমাৰী দ্ৰৌপদীৰ বিবাহৰ উদ্দেশ্যে সয়ম্বৰ সভাৰ আয়োজন কৰিছিল।
কুৰুক্ষেত্ৰৰ যুদ্ধত তেখেতৰ ভূমিকা সম্পাদনা কৰক
দ্ৰুপদ ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল। তেখেত এজন মহাৰথী আছিল।