ধন্যমালিনী

ৰাৱণৰ দ্বিতীয়গৰাকী পত্নী


হিন্দু শাস্ত্ৰত ধন্যমালিনী (ইংৰাজী: Dhanyamalini) ৰাৱণৰ দ্বিতীয়গৰাকী পত্নী আছিল। তেওঁ এগৰাকী নম্ৰ আৰু যত্নশীল মহিলা আছিল। তেওঁৰ প্ৰকৃত পৰিচয় অজ্ঞাত যদিও কিছুমান কাহিনীয়ে তেওঁক মায়াসুৰৰ জীয়ৰী আৰু মন্দোদৰীৰ ভগ্নী বুলি উল্লেখ কৰে।[1] ধন্যমালিনী আৰু ৰাৱণৰ পুত্ৰ চাৰিগৰাকী; অতিকায়, নৰান্তক-দেৱান্তক আৰু ত্ৰিশিৰা[2][3]

ধন্যমালিনী
chandodari
ৰাৱণঅন্ত্যেষ্টিক্ৰিয়ামন্দোদৰী (বাঁওফালে) আৰু ধন্যমালিনী (সোঁফালে)৷
দেৱনাগৰী धन्यामालिनी
নিবাস লংকা
সন্তান

=তথ্য সংগ্ৰহ

সম্পাদনা কৰক