নন্দিনী (ইংৰাজী: Nandini) মূলতঃ মহিলাসকলৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী। বৰ্তমান সম্পাদক মাইনী মহন্ত আৰু কাৰ্যবাহী সম্পাদক টুনা গৌতম[1] ২০১৩ চনৰ ফেব্ৰুৱাৰীত আলোচনীখনে ত্ৰয়োদশ বছৰত ভৰি দিয়ে।[2]

নন্দিনী
নন্দিনী আলোচনী.jpg
সম্পাদক মাইনী মহন্ত
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰকাশক যতীন চৌধুৰী জয়ন্ত বৰুৱা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া

লেখনিসমূহসম্পাদনা কৰক

আলোচনীখনত বিনোদনধৰ্মী বিভিন্ন লেখাৰ লগতে বিভিন্ন প্ৰাসঙ্গিক বিষয়ৰ প্ৰবন্ধ, গল্প, কবিতা, ধাৰাবাহিক উপন্যাস ইত্যাদি প্ৰকাশ পায়।

লগতে চাওকসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. নন্দিনী, জানুৱাৰী ২০১৩
  2. নন্দিনী, ফেব্ৰুৱাৰী ২০১৩

বাহ্যিক সংযোগসম্পাদনা কৰক

  • আনুষ্ঠানিক ৱেবছাইট