নন্দিনী (ইংৰাজী: Nandini) মূলতঃ মহিলাসকলৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী। বৰ্তমান সম্পাদক মাইনী মহন্ত আৰু কাৰ্যবাহী সম্পাদক টুনা গৌতম।[1] ২০১৩ চনৰ ফেব্ৰুৱাৰীত আলোচনীখনে ত্ৰয়োদশ বছৰত ভৰি দিয়ে।[2] আলোচনীখনত বিনোদনধৰ্মী বিভিন্ন লেখাৰ লগতে বিভিন্ন প্ৰাসঙ্গিক বিষয়ৰ প্ৰবন্ধ, গল্প, কবিতা, ধাৰাবাহিক উপন্যাস ইত্যাদি প্ৰকাশ পায়।

নন্দিনী
সম্পাদক মাইনী মহন্ত
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰকাশক যতীন চৌধুৰী, জয়ন্ত বৰুৱা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. নন্দিনী, জানুৱাৰী ২০১৩
  2. নন্দিনী, ফেব্ৰুৱাৰী ২০১৩

বাহ্যিক সংযোগ সম্পাদনা কৰক

  • আনুষ্ঠানিক ৱেবছাইট