নাৰায়ণ চন্দ্ৰ বৰকটকী (জন্ম ১ এপ্ৰিল ১৯৪৩) ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ এগৰাকী সাংসদ আছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য আৰু ২০০৪ চনৰ লোকসভা নিৰ্বাচনত অসমৰ মঙলদৈ লোকসভা সমষ্টিৰ পৰা চতুৰ্দশ লোকসভালৈ নিৰ্বাচিত হৈছিল।

নাৰায়ণ চন্দ্ৰ বৰকটকী
লোকসভাৰ সাংসদ
সমষ্টি মঙলদৈ লোকসভা সমষ্টি
ব্যক্তিগত তথ্য
জন্ম ১ এপ্ৰিল, ১৯৪৩ (৮০ বছৰ)
শিৱসাগৰ, অসম
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী
দাম্পত্যসঙ্গী আভা বৰকটকী
সন্তান ২ কন্যা
বাসস্থান গুৱাহাটী
September 25, 2006-ৰ তথ্য
উৎস: [1]

ইয়াৰ আগেয়ে বৰকটকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ অসম শাখাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

বাহ্যিক সংযোগ সম্পাদনা কৰক