নেচনেল জিঅ'গ্ৰাফিক (ভাৰতীয় টিভি চেনেল)
ভাৰতীয় টেলিভিছন চেনেল
নেচনেল জিঅ'গ্ৰাফিক(ইংৰাজী: National Geographic, (নেট জিঅ বুলিও কোৱা হয়) এটা ভাৰতীয় টেলিভিছন চেনেল য'ত অ-কল্পকাহিনী, প্ৰকৃতি, বিজ্ঞান, সংস্কৃতি, আৰু ইতিহাস আদি বিভিন্ন বিষয়ৰ অনুষ্ঠান নেচনেল জিঅ'গ্ৰাফিক ছ'চাইটি দ্বাৰা প্ৰস্তুত কৰা হয় আৰু এই চেনেলত সম্প্ৰচাৰিত কৰা হয়। এই চেনেলৰ অনুষ্ঠানসমূহ সাতটা ভাষাত সম্প্ৰচাৰিত হয়। সেইকেইটা হৈছেঃ ইংৰাজী, হিন্দী, কন্নড়, মালয়ালম, তেলেগু, তামিল আৰু বাংলা।
নেচনেল জিঅ'গ্ৰাফিক National Geographic | |
---|---|
গৰাকী | ডিজনী ষ্টাৰ,(দ্য ৱাল্ট ডিজনী কোম্পানী ইণ্ডিয়া) |
দেশ | ভাৰত |
ভাষা |
কাৰ্যসূচীসমূহ
সম্পাদনা কৰকচেনেলটোৱে তলত দিয়া অনুষ্ঠানসমূহ সম্প্ৰচাৰ কৰে:[1]
- Banged Up Abroad
- Taboo (2002 TV series)
- Brain Games (National Geographic)
- India's Megakitchens
- Do or Die (TV Series)
- World's Weirdest
- Genius: Picasso
- Animals Gone Wild
- Animal Fight Club
- Deadly Game
- Ultimate Animal Countdown
- Animal Fight Club
- Dirty Rotten Survival
- Science of Stupid
- Combat Zone
- Ultimate Factories
- China Revealed
- Chain of Command
- Battle of the Beasts
- Airport Security Columbia
- Monkey Thieves
- Investigates