পত্ৰ-সাহিত্যৰ সুবাস উপেন্দ্ৰ বৰকটকী লিখিত এখন গ্ৰন্থ। গ্ৰন্থখনত অসমৰ কেইবাগৰাকীমান নমস্য ব্যক্তিয়ে উপেন্দ্ৰ বৰকটকীলৈ লিখা চিঠি আৰু বহুকেইজন বৰেণ্য ব্যক্তিয়ে অন্য কোনো ব্যক্তিলৈ লিখা চিঠি সংকলিত হৈছে। লগতে চিঠিবোৰত প্ৰকাশ পোৱা ব্যক্তিগত জীৱন কাহিনী আৰু চিঠিৰ মাজেৰে প্ৰতিফলিত অসমৰ সমাজ জীৱনৰ বহুতো গুৰুত্বপূৰ্ণ দিশ সম্পৰ্কে আলোকপাত কৰা হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন] গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ২০১১ চনত। প্ৰকাশক চন্দ্ৰ প্ৰকাশ। মুঠ পৃষ্ঠা সংখ্যা-১৬৭

পত্ৰ-সাহিত্যৰ সুবাস  
লেখক উপেন্দ্ৰ বৰকটকী
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ পত্ৰ-সংকলন
প্ৰকাশ ২০১১, ডিচেম্বৰ
মিডিয়া প্ৰকাৰ মুদ্ৰণ


বাহ্যিক সংযোগ সম্পাদনা কৰক