পদ্ম হাজৰিকা, অসমৰ বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী ৰাজনৈতিক নেতা। তেওঁ ১৯৯৬, ২০০৬, ২০১১, আৰু ২০১৬ চনত অসম বিধান সভাৰ নিৰ্বাচনত শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়।[1][2][3][4] পূৰ্বে তেওঁ অসম গণ পৰিষদ দলৰ সদস্য আছিল আৰু এই দলৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল।[5]

পদ্ম হাজৰিকা
সদস্য, অসম বিধান সভা
সমষ্টি চতিয়া
ব্যক্তিগত তথ্য
জন্ম জামুগুৰিহাট, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি (বৰ্তমান)
আন ৰাজনৈতিক
সম্পৰ্ক
অসম গণ পৰিষদ
পিতৃ-মাতৃ স্বৰ্গীয় গুনধৰ হাজৰিকা (পিতৃ)
বাসস্থান চতিয়া, জামুগুৰিহাট, তেজপুৰ, অসম
পেচা ৰাজনীতিবিদ

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Constituencywise-All Candidates". eciresults.nic.in. Archived from the original on 2016-08-18. https://web.archive.org/web/20160818065349/http://eciresults.nic.in/ConstituencywiseS0375.htm?ac=75। আহৰণ কৰা হৈছে: 2016-10-27. 
  2. "Padma Hazarika quits AGP to join BJP". Archived from the original on 2016-10-26. https://web.archive.org/web/20161026233259/http://thenortheasttoday.com/padma-hazarika-quits-agp-to-join-bjp/। আহৰণ কৰা হৈছে: 2020-06-25. 
  3. Veteran AGP leader Padma Hazarika joins BJP in Assam
  4. BJP, AGP face internal protests against move for Assam poll tie-up
  5. "Six-MLA team inspects Dhubri border areas". Archived from the original on 2020-06-25. https://web.archive.org/web/20200625121338/http://www.assamtribune.com/scripts/detailsnew.asp?id=oct2116/state054। আহৰণ কৰা হৈছে: 2020-06-25.