পোল-মাৰি ভেৰ্লেন (ইংৰাজী: Paul-Marie Verlaine; ৩০ মাৰ্চ ১৮৪৪ - ৮ জানুৱাৰী ১৮৯৬) এজন প্ৰতীকীবাদী ফৰাচী কবি। তেখেত আন্তঃৰাষ্ট্ৰীয় আৰু ফৰাচী সাহিত্যৰ 'ফাঁ দি চিয়েক্‌ল' (ফৰাচী: fin de siècle) পৰ্বেৰ এজন অন্যতম শ্ৰেষ্ঠ প্ৰতিনিধি হিচাপে পৰিগণিত।

পল ভাৰ্লেন

Paul Verlaine
জন্ম ৩০ মাৰ্চ, ১৮৪৪
মেৎস, ফ্ৰান্স
মৃত্যু ৮ জানুৱাৰী, ১৮৯৬ (৫১ বছৰ)
পেৰিছ, ফ্ৰান্স
পেচা কবি
ধৰণ প্ৰতীকীবাদী

স্বাক্ষৰ

তথ্য সংগ্ৰহ সম্পাদনা কৰক