৩০ মাৰ্চ
তাৰিখ
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৩ |
৩০ মাৰ্চ (ইংৰাজী: 30 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮৯তম (অধিবৰ্ষত ৯০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭৬টা দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
জন্মসম্পাদনা কৰক
- ১৭৪৬ - ফ্ৰান্সিছক' গয়া, স্পেনিছ চিত্ৰকৰ (মৃত্যু: ১৮২৮)।
- ১৮৪৪ - পল ভেৰ্লেন, ফৰাচী কবি (মৃত্যু: ১৮৯৬)।
- ১৮৫৩ - ভিনচেণ্ট ভেন গঘ, ওলন্দাজ চিত্ৰশিল্পী।
মৃত্যুসম্পাদনা কৰক
- ১৬৬৩ - মীৰ জুমলা, মোগল সেনাপতি।
- ১৯৬৪ - বিৰিঞ্চি কুমাৰ বৰুৱা, অসমৰ এজন শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক সংস্কৃতিৰ গৱেষক। (মৃত্যু: ১৬ অক্টোবৰ, ১৯০৮)
- ২০০২ - আনন্দ বক্সী, প্ৰখ্যাত ভাৰতীয় কবি,গীতিকাৰ আৰু সুৰকাৰ। (জন্ম: ২১ জুলাই, ১৯৩০)
ছুটি আৰু অন্যান্যসম্পাদনা কৰক
- বিশ্ব চিকিৎসক দিৱস
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৩০ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |