৮ জানুৱাৰী (ইংৰাজী8 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৮ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৭টা দিন (অধিবৰ্ষত ৩৫৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজীসম্পাদনা কৰক

  1. ১৯১২ খৃঃ - "আফ্ৰিকীয় জাতীয় কংগ্ৰেছ"ৰ প্ৰতিষ্ঠা।
  2. ১৯১৮ খৃঃ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি উড্ৰো ৱিলছনৰ বিখ্যাত ভাষণ।

জন্মসম্পাদনা কৰক

  1. ১৯৪২ খৃঃ - ষ্টিফেন হকিং, বৃটেইনৰ প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী

মৃত্যুসম্পাদনা কৰক

  1. ১৬৪২ খৃঃ - গেলিলিঅ' গেলিলি, বিখ্যাত জ্যোতিৰ্বিদ।

বাহ্যিক সংযোগসম্পাদনা কৰক