৮ জানুৱাৰী
তাৰিখ
৮ জানুৱাৰী (ইংৰাজী: 8 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৮ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৭টা দিন (অধিবৰ্ষত ৩৫৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজীসম্পাদনা কৰক
- ১৯১২ খৃঃ - "আফ্ৰিকীয় জাতীয় কংগ্ৰেছ"ৰ প্ৰতিষ্ঠা।
- ১৯১৮ খৃঃ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি উড্ৰো ৱিলছনৰ বিখ্যাত ভাষণ।
জন্মসম্পাদনা কৰক
- ১৯৪২ খৃঃ - ষ্টিফেন হকিং, বৃটেইনৰ প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী।
মৃত্যুসম্পাদনা কৰক
- ১৬৪২ খৃঃ - গেলিলিঅ' গেলিলি, বিখ্যাত জ্যোতিৰ্বিদ।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৮ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |