পানিকা ফুল (বৈজ্ঞানিক নাম: Cuphea hyssopifolia) মেক্সিকো, গোৱাটিমালা আৰু হুন্দুৰাছৰ থলুৱা চিৰসেউজীয়া সৰু গুল্মজাতীয় উদ্ভিদ।[1][2] ইয়াৰ ইংৰাজী নাম হৈছে 'ফল্ছ হিথাৰ', 'হাৱায়ান হিথাৰ', 'মেক্সিকান হিথাৰ' আৰু 'এল্ফিন হাৰ্ব'। ই প্ৰায় 60 cm (24 in) ওখ আৰু 90 cm (35 in) বিস্তৃত হয়। ইয়াৰ ফুলৰ বৰণ বেঙুনীয়া, লিভেন্দাৰ বা বগা হয়।[3]

পানিকা ফুল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Myrtales
পৰিয়াল: Lythraceae
গণ: Cuphea
প্ৰজাতি: C. hyssopifolia
বৈজ্ঞানিক নাম
Cuphea hyssopifolia
Kunth

পানিকা ফুলৰ লেটিল নামৰ হিছ'পিফলিয়া (hyssopifolia) (অন্য উদ্ভিদকো এই নাম দিয়া হৈছে, যেনে Bassia hyssopifolia) শব্দৰ অৰ্থ হৈছে "হিছপ’ৰ পাত সদৃশ-পাতযুক্ত"।[4]

হাৱাইত প্ৰাকৃতিকভাবে গজা এই উদ্ভিদক তাত অপতৃণ হিচাপে গণ্য কৰা হয়।[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Tenenbaum, Frances (2003). Taylor's Encyclopedia of Garden Plants. Houghton Miiflin Co.. পৃষ্ঠা. 121. ISBN 978-0-618-22644-3. 
  2. USDA, ARS, Germplasm Resources Information Network. পানিকা ফুল in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service. Accessed on ৫ জুন ২০১৯.
  3. 3.0 3.1 Harrison, Marie (2006). Groundcovers for the South. প্ৰকাশক Sarasota, Florida: Pineapple Press. পৃষ্ঠা. 30. ISBN 978-1-56164-347-9. 
  4. James Donn, Hortus Cantabrigiensis: or, a Catalogue of Plants, Indigenous and Exotic (1809), p. 5