পূব জয়ন্তীয়া পাৰ্বত্য জিলা

মেঘালয়ৰ জিলা

পূব জয়ন্তীয়া পাৰ্বত্য (ইংৰাজী: East Jaintia Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ খিলেৰিহাটত অৱস্থিত। পূব জয়ন্তীয়া পাৰ্বত্য জিলাখন ২০১২ চনৰ ৩১ জুলাইত জয়ন্তীয়া পাৰ্বত্য জিলাৰ পৰা গঠন কৰা হৈছে।

পূব জয়ন্তীয়া পাৰ্বত্য জিলা
Pait Wah
—  মেঘালয়ৰ জিলা  —
মেঘালয়ৰ পূব জয়ন্তীয়া পাৰ্বত্য জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য মেঘালয়
স্থাপিত
মুখ্যালয় খিলেৰিহাট
মাটিকালি
 - মুঠ ২,১২৬ কি.মি. 
(৮২০.৯ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ৩,৯৫,১২৪ জন
 - জনঘনত্ব ১৮৫.৯ প্ৰতি বৰ্গ কি.মি. 
(৪৮১.৪ প্ৰতি বৰ্গ মাইল)
জনগাঁথনি
 - সাক্ষৰতাৰ হাৰ 53%
 - লিঙ্গ অনুপাত
সময় অঞ্চল IST (গ্ৰী.মা.স.+05:30)
Major highways NH-6
ৱেবছাইট eastjaintiahills.gov.in

ভূগোলসম্পাদনা কৰক

জিলাখনৰ মুঠ এলেকা হৈছে ২১১৫ বৰ্গ কিলোমিটাৰ। জিলাখনক দুটা Community & Rural Development Block য়ে পৰিচালনা (compose) কৰে, সেইবোৰ হ’ল- Khliehriat C&RD Block, আৰু Saipung C&RD Block। চাৰিসীমা-

বিভাগসম্পাদনা কৰক

প্ৰশাসনিক বিভাগসমূহসম্পাদনা কৰক

পূব জয়ন্তীয়া পাৰ্বত্য জিলাখন দুটা ব্লকত বিভক্ত:[1]

নাম মুখ্যালয় জনসংখ্যা স্থিতি
খিলেৰিহাট খিলেৰিহাট
চাইপুং চাইপুং

তথ্যসূত্ৰসম্পাদনা কৰক

  1. The Registrar General & Census Commissioner, India, New Delhi, Ministry of Home Affairs, Government of India (2011) (English ভাষাত) (PDF). Meghalaya Administrative Divisions (Map). http://censusindia.gov.in/2011census/maps/administrative_maps/MEGHALAYA.pdf। আহৰণ কৰা হৈছে: 2011-09-29. 

বাহ্যিক সংযোগসম্পাদনা কৰক