প্ৰবীণা শইকীয়া বঁটা
যশস্বী লেখিকা প্ৰবীণা শইকীয়াৰ স্মৃতিত অসম লেখিকা সন্থাৰ উদ্যোগত আৰু প্ৰবীণা শইকীয়াৰ স্বামী চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সহযোগত মহিলা সাহিত্যিকক এই বঁটা প্ৰদান কৰা হৈছিল৷ ১৯৯৯ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটাত নগদ ১০,০০০ টকা, এখন প্ৰশস্তিপত্ৰ আৰু এটা ফলক আগবঢ়োৱা হয়৷[1][2]
প্ৰবীণা শইকীয়া বঁটা বিজয়ীসকল[1]
সম্পাদনা কৰকক্ৰমিক নং | বৰ্ষ | বঁটাবিজয়ী |
---|---|---|
১ | ১৯৯৯ | নীলিমা দত্ত |
২ | ২০০০ | নিৰুপমা বৰগোহাঞি |
৩ | ২০০১ | নিৰ্মলপ্ৰভা বৰদলৈ |
৪ | ২০০২ | শুচিব্ৰতা ৰায়চৌধুৰী |
৫ | ২০০৩ | চিত্ৰলতা ফুকন |
৬ | ২০০৪ | অণিমা দত্ত |
৭ | ২০০৫ | প্ৰীতি বৰুৱা |
৮ | ২০০৬ | পূৰবী বৰমুদৈ |
৯ | ২০০৭ | স্বৰ্ণ বৰা |
১০ | ২০০৮ | কেশদা মহন্ত |
১১ | ২০০৯ | লক্ষহীৰা দাস |
১২ | ২০১০ | গীতা উপাধ্যায় |
১৩ | ২০১১ | ড: মিনতি হাজৰিকা |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 শান্তনু কৌশিক বৰুৱা (২০১২). সাহিত্যৰ জ্ঞানকোষ. প্ৰকাশক গুৱাহাটী: ৰেখা প্ৰকাশন. পৃষ্ঠা. ২৮৮, ৪২১. ISBN 978-81-923142-9-7.
- ↑ "Awards, Titles & Honours in the field of literature, culture, sports". Assam Portal. http://www.assam.org/pages/awards। আহৰণ কৰা হৈছে: January 17, 2013.